🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৮ আঘোন, বুধবাৰ, ইং ৪ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫৯/৭
সূৰ্য্যাস্ত ঘ :- ৪/২৮/৪০
ৰাশি : – ধনু ৰাশি। ৰা:ঘ:- ১১/১৫/১৫ যোৱাত মকৰ ৰাশি।
তিথি :- শুক্লা তৃতীয়া তিথি ।
দি:ঘ:- ১২/২৮/৫৮ যোৱাত শুক্লা চতুৰ্থী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বষাঢ়া ।আ:ঘ:- ৫/২৬/৫২ লৈ।
শুভ সংখ্যা :- ৫/৬
শুভ ৰং :- বগা / সেউজীয়া ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- নাই । স:ঘ:- ৫/১৬/৫২ যোৱাত দ্বিপদ।
যাত্ৰা :- অগ্নি কোন নাই। দি:ঘ:- ১২/২৮/৫৭ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোন । দি:ঘ:- ১২/২৮/৫৭ যোৱাত নৈঋত কোনত।
ভক্ষাভক্ষ্য :- পটল খোৱা নিষেধ। দি:ঘ:- ১২/২৮/৫৭ যোৱাত মূলা খোৱা নিষেধ।
My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শত্ৰুবোৰ সক্ৰিয় হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, শত্ৰুক দমন কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰনি সমস্যাৰ সমাধান হ’ব, পুৰনি লগ বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি সজাগ নহ’লে ছাত্ৰ ছাত্ৰী সকলৰ পঢ়া শুনাত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ কৰাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, ঘৰুৱা ধন সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ ধন লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব, লগতে আজি আপুনি সজাগ নহ’লে সামান্য দ্ৰব্য হানি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ঠিকাদাৰী ব্যৱসায়ি সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, হঠাতে আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ মনটো আনন্দিত হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সঞ্চিত ধন সম্পত্তিৰ ব্যয় হ’ব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত শীল্প সকলৰ সুনাম বাঢ়িব, কৰ্মত সিদ্ধি লাভ কৰিব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব ।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে মনত সৰু সুৰা কথাতে সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সজাগ সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205