🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৩০ আঘোন, সোমবাৰ, ইং ১৬ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/৭/৪৩
সূৰ্য্যাস্ত ঘ :- ৪/৩০/৯
ৰাশি : – মিথুন ৰাশি।
তিথি :- কৃষ্ণা প্ৰতিপদ তিথি।দি:ঘ:- ১/২০/২১ যোৱাত কৃষ্ণা দ্বিতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- আৰ্দ্ৰা নক্ষত্ৰ । ৰা:ঘ:- ২/৫৬/৪৮ লৈ।
শুভ সংখ্যা :- ৯/২
শুভ ৰং :- বগা/ গোলপীয়া।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- নাই,দি: ঘ:- ১/২০/২১ যোৱাত এপদ। ৰা:ঘ:- ২/৫৬/৪৮ যোৱাত ত্ৰিপদ।
যাত্ৰা :- পূৱ দিশত নাই। দি:ঘ:- ১/২০/২১ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত। দি:ঘ:- ১/২০/২১ যোৱাত উত্তৰ দিশত।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ। ঘ:- ১/২০/২১ তিতা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত নতুন বস্ত্ৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে দেহ মন সামান্য দুৰ্বল হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আন আন ব্যক্তি সকলে সজাগ নহ’লে সামান্য মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, নতুন বস্ত্ৰ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য ভাগৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে, লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য লাভ কৰিব, সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি আৰু সন্মান লাভ কৰিব,নৃত গীতৰ মাজত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনটো উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, লগতে আজি আপোনাৰ ধন সম্পত্তি আৰু সন্মান প্ৰাপ্তিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন হ’ব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য খংঙ আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, লগতে আজি আপুনি দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি সকলো কৰ্মতে সিদ্ধি লাভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205