🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২পুহ , বুধবাৰ, ইং ১৮ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/৮/২১
সূৰ্য্যাস্ত ঘ :- ৪/৩০/২০
ৰাশি : – কৰ্কট ৰাশি ।
তিথি :- কৃষ্ণা তৃতীয়া তিথি।দি:ঘ:- ১২/৪/৫ যোৱাত কৃষ্ণা চতুৰ্থী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুষ্যা নক্ষত্ৰ । ৰা:ঘ:- ৩/২৯/৩৬ লৈ।
শুভ সংখ্যা :- ২/৫
শুভ ৰং :- বগা/ সেউজীয়া ।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- অগ্নি কোনত নাই। দি:ঘ:- ১২/৪/৫ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত। দি:ঘ:- ১২/৪/৫ যোৱাত নৈঋত কোনত।
ভক্ষাভক্ষ্য :- পটল খোৱা নিষেধ। ঘ:- ১২/৪/৫ মূলা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি হিচাপে পাৰে, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণ বা যিকোনো শুভ কৰ্ম আৰম্ভণি কৰোতে সামান্য বিঘিনিৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ প্ৰকৃতিৰ প্ৰতি মৰম- চেনেহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য উৎসাহ হ্ৰাস পাৱ পাৰে, লগতে আজি বিবাহিত ব্যক্তি সকলে সজাগ নহ’লে সামান্য সাংসাৰিক অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, ভ্ৰমণত সুখ আৰু শান্তি বাঢ়িব, লগতে আজি আপুনি আজি সামাজিক কৰ্মত ব্যস্ততা হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব,শিল্পী সকল সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মন সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে ভ্ৰমণ বা যিকোনো শুভ কৰ্মৰ আৰম্ভণি কৰোতে সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ’ব, লগতে আজি আপোনাৰ দেহ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, মনত নতুন আশাৰ সঞ্চাৰ হ’ব, লগতে আজি হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, শুভ সংবাদ লাভ কৰিব, যদিও আজি আপোনাৰ সন্মান হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205