🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৩ পুহ , বৃহস্পতি বাৰ, ইং ১৯ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/৮/৪৮
সূৰ্য্যাস্ত ঘ :- ৪/৩০/১৬
ৰাশি : – কৰ্কট ৰাশি । শে:ৰা:ঘ:- ৪/৩০/১৫ যোৱাত সিংহ ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্থী তিথি।দি:ঘ:- ১২/১১/১১ যোৱাত কৃষ্ণা পঞ্চমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অশ্লেষা নক্ষত্ৰ । শে:ৰা:ঘ:- ৪/৩০/১৫ লৈ।
শুভ সংখ্যা :- ৭/৩
শুভ ৰং :- হালধীয়া / ৰঙা ।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- নৈঋত কোনত নাই। দি:ঘ:- ১২/১১/১১ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত। দি:ঘ:- ১২/১১/১১ যোৱাত দক্ষিণ দিশত।
ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ। ৰা:ঘ:- ১২/১১/১১ বেল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, বিবাহিত ব্যক্তি সকলে বৈবাহিক সুখ শান্তি লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছোৱালী আছে তেওঁলোকৰ মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব, কৰ্মত সামান্য নতুন নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে যদিও আজি পুৰণি বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, দ্ৰব্য লাভ হ’ব , যদিও আজি বিবাহিত ব্যক্তি সকলে সজাগ নহ’লে সামান্য পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত নতুন নতুন দ্বায়িত্ব লাভ কৰিব, লগতে আজি আপুনি কৰ্মত নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, শুভ সংবাদ লাভ কৰিব, লগতে আজি আপুনি কৰ্মত নিজৰ লক্ষ্যত উপনিত হ’বলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপুনি শিল্পী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে আত্মীয় পৰিয়ালৰ বা চিনাকি ব্যক্তিৰ পৰা সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ শুভ বুলি কব পাৰি, কৰ্মত নতুন নতুন কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মন সামান্য চিন্তা হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত সুখ শান্তি আৰু আনন্দ বাঢ়িব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে প্ৰাপ্যৰ পৰা বঞ্চিত হব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে আৰ্থিক ক্ষতি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205