🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৯ পুহ , শনিবাৰ বাৰ, ইং ৪ জানুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/১৩/২৫
সূৰ্য্যাস্ত ঘ :- ৪/৩৯/১১
ৰাশি : – কুম্ভ ৰাশি।
তিথি :- শুক্লা পঞ্চমী তিথি।ৰা:ঘ:- ১০/৫৯/৫১ যোৱাত শুক্লা ষষ্ঠী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- শতভিষা নক্ষত্ৰ ।ৰা:ঘ:- ১০/৩৯/৫০লৈ।
শুভ সংখ্যা :- ৫/৮
শুভ ৰং : – নীলা / বেঙুনীয়া ।
আদ্যঋতু :- দুৰ্ভগা যোগ ।
মৰণৰ দোষ :- এপদ। ৰা:ঘ:- ১০/৩৯/৫০ যোৱাত ত্ৰিপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই।ৰা:ঘ:- ১০/৫৭/৫১ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত।ৰা:ঘ:- ১০/৫৭/৫১ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেল খোৱা নিষেধ। ৰা:ঘ:- ১০/৫৭/৫১ যোৱাত তিতা খোৱা নিষেধ।

Plz subscribe my YouTube channel

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপুনি কৰ্মত যশস্যা লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত প্ৰতি আগ্ৰহ বাঢ়িব, উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য আত্মগ্লানি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, কৰ্মত জয় লাভ কৰিব লগতে আজি আপোনাৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, খেলুৱৈ সকলৰ ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য সৰু সুৰা কথাতে চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব পাৰিব,সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনৰ পৰা অহংকাৰী মনোভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য বিদ্বেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা ভাতৃ স্থানীয় ব্যক্তিৰ সকলৰ উন্নতি হ’ব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, কৰ্মত সাজাগ নহ’লে লগ বন্ধুৰ পৰা ক্ষতি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত গুৰু বা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য খংঙ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে আনৰ দ্বাৰা ক্ষতি সন্মুখীন হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!