🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৮ ভাদ, বুধবাৰ, ইং ৪ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৭/৫
সূৰ্য্যাস্ত ঘ :- ৫/৩৭/২৪
ৰাশি : – সিংহ ৰাশি। ঘ:- ৯/৩৩/২২ যোৱাত কন্যা ৰাশি।
তিথি :- শুক্লা প্ৰতিপদ। প্ৰা:ঘ:- ৮/৯/১৫ যোৱাত শুক্লা দ্বিতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- উত্তৰফাল্গুনী। অহোৰাত্ৰ।
শুভ সংখ্যা :- ৩/৫
শুভ ৰং :- বগা/ সেউজীয়া।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- দ্বিপদ। প্ৰা:ঘ:- ৮/৯/১৫ যোৱাত ত্ৰিপদ।
যাত্ৰা :- পূৱ দিশত নাই। প্ৰা:ঘ:- ৮/৯/১৫ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত । প্ৰা:ঘ:- ৮/৯/১৫ যোৱাত উত্তৰ দিশত ।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ। প্ৰা:ঘ:- ৮/৯/১৫ যোৱাত তিতা খোৱা নিষেধ।

My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনতো সামান্য চঞ্চল হ’ব পাৰে, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, যদিও আজি আপুনি কৰ্মত অধিক ফলাফল আশা নকৰাই ভাল হ’ব।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব,ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে, ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি কৰিব পাৰে।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, নিজৰ কৰ্ম দ্বাৰা আনৰ প্ৰিয় প্ৰাত্ৰ হ’বলৈ সক্ষম হব, যদিও আজি আপুনি হতাশাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত সন্মান লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰাপ্তিৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি লাভ কৰিব, কৰ্মত ভাল পৰিবেশন লাভ কৰিব, লগতে আজি আপুনি দ্ৰব্য লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহ’লে নতুন নতুন সমস্যাৰ উদ্ভৱ হ’ব পাৰে, যদিও আজি আপুনি কৰ্মত সন্মান লাভ কৰিব লগতে আজি আপোনাৰ হঠাতে প্ৰাপ্তিৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব,মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি আনে বেয়া পোৱা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব,অভিনয় শিল্পীসকলৰ বাবে আজিৰ দিনটো শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত হতাশাৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা প্ৰেৰণা লাভ কৰিব, আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি আপুনি যান বাহনৰ পৰা সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উপাৰ্জন বাঢ়িব, সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সৰু সুৰা চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!