🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৯ ফাগুন , শনিবাৰ, ইং ২২ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/১/৫৮
সূৰ্য্যাস্ত ঘ :- ৫/১৭/৫৬
ৰাশি : – বৃশ্চিক ৰাশি। ঘ:- ২/৩৫/৩৭ যোৱাত ধনু ৰাশি।
তিথি :- কৃষ্ণা নৱমী , প্ৰা:ঘ:- ৯/৪৩/২২ যোৱাত কৃষ্ণা দশমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- জেষ্ঠ্যা । ঘ:- ২/৩৫/৩৭ লৈ।
শুভ সংখ্যা :- ৬/৮
শুভ ৰং : – নীলা / বেঙুনীয়া ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- এপদ।
যাত্ৰা :- পূৱ দিশত নাই।প্ৰা:ঘ:- ৯/৪৩/২২ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত ।প্ৰা:ঘ:- ৯/৪৩/২২ যোৱাত উত্তৰ দিশত ।
ভক্ষাভক্ষ্য :- লাও খোৱা নিষেধ। প্ৰা:ঘ:- ৯/৪৩/২২ যোৱাত কলমৌ শাক খোৱা নিষেধ।
My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497
👆👆👆
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, আনক ভাল ভাল উপদেশ দিবলৈ সক্ষম হব, ব্যৱসায়িক ভাৱে সফলতা হ’ব পাৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো , যিকোনো কাম আৰম্ভণি আজি শুভ হ’ব আপোনাৰ, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য খংঙ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, ৰোগ আৰোগ্য হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাকল সাহিত্যক আছে তেওঁলোকৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপুনি সজাগ মনৰ আশা ভংগ বা ক্ষতি লগতে হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ, কৰ্মত ন্যায় লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সৰু কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত মনত সুখ শান্তি বাঢ়িব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ’ব।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, উকীল আৰু পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আন আন ব্যক্তি সকলৰ কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত দেহ মন সামান্য আঘাত আৰু এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনৰ পৰা খংঙ আৰু অভিমান ভাৱ পৰিত্যাগ নকৰিলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205