🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২২ ফাগুন , শুক্ৰ বাৰ, ইং ৭ মাৰ্চ ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৫০/৪৬
সূৰ্য্যাস্ত ঘ :- ৫/২৭/২২
ৰাশি : – বৃষ ৰাশি। ঘ:- ৩/৪৭/২ যোৱাত মিথুন ৰাশি।
তিথি :- শুক্লা অষ্টমী , দি:ঘ:- ১/৩২/১৪ যোৱাত শুক্লা নৱমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মৃগশিমা । শে:ঘ:- ৩/১৬/৮ লৈ।
শুভ সংখ্যা :- ১/৬
শুভ ৰং : – চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু :- পতিহিতা যোগ ।
মৰণৰ দোষ :- নাই।
যাত্ৰা :- ঈশান কোনত নাই।আ:ঘ:- ১/৩২/১৪ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত।আ:ঘ:- ১/৩২/১৪ যোৱাত পূৱ দিশত।
ভক্ষাভক্ষ্য :- নাৰিকল খোৱা নিষেধ,আ:ঘ:- ১/৩২ /১৪ যোৱাত লাও খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা প্ৰসংসা লাভ কৰিব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আপুনি কৰ্মত সকলো দিশতে ধৰ্য্য ধৰি আগুৱাই যাবলৈ চেষ্টা কৰিব।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, ভাতৃ স্থানীয় ব্যক্তিৰ পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু বাঢ়িব পাৰে, সৰু সুৰা কথাতে মনটো সামান্য উত্তেজিত হ’ব পাৰে, যদিও আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ’ব যদিও আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা আশা নকৰাই ভাল হ’ব।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ বুলি কব পাৰি, সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি আপুনি বিতৰ্ক হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে, যদিও আজি আপুনি উত্তম ভোজন লাভ কৰিব, লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য বেয়া খৱৰ লাভ কৰিব পাৰে।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, লগতে আজি আপুনি সকলো কৰ্মতে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হ’ব, নৃত্য আৰু সংগীত শিল্পী সকলৰ কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপোনাৰ মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আনৰ পৰা বিচাৰা বস্তু লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে উৎসৱ পাৰ্বনত অংশগ্ৰহণত সামান্য বাধা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205