ইয়াৰ দ্বাৰা সমূহ অসমবাসীক জনোৱা হয় যে থলুৱা শিপিনীৰ সাহায্যার্থে উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ উদ্যোগত Divine Socials ( SOCIO ECONOMIC AND CULTURAL DEVELOPMENT NGO) ৰ অন্তৰ্গত উপহাৰ কুপন খেল অহা ২৩জুন তাৰিখে শিমলুগুৰি চেন্টাৰ, লখিমপুৰ জিলাত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু প্ৰশাসনৰ অনুমতি এতিয়ালৈকে লাভ নকৰাত উক্ত খেলখন কিছুদিন পিছুৱাই দিয়া হৈছে। তাৰ বাবে আয়োজক কমিটিয়ে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে অতি শীঘ্ৰেই পৰবৰ্তী খেলৰ দিন আৰু তাৰিখ ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিছে।