নিয়মীয়াকৈ হাততালি বজালে শৰীৰ ভালে থাকে বুলি বহুলোকে নাজানে ।
যদি আপুনি প্ৰতিদিনে আধা ঘণ্টা হাত তালি বজায়, হৃদযন্ত্ৰ ভাল হয়, হাঁওফাঁও ভাল হয়। আপুনি হাপানীৰ পৰাও পৰিত্ৰাণ পাব পাৰে।
জনা যায় যে যদি আপুনি নিয়মীয়াকৈ হাত তালি দিয়ে, শৰীৰত ৰক্ত সঞ্চালন ভাল হয়। গতিকে নিয়মমতে হাততালি বজাৱক। যিসকলৰ হজমৰ সমস্যা আছে তেওঁলোকৰ বাবে নিয়মীয়া হাততালি অতি ভাল। মানুহৰ উত্তেজনা হ্ৰাস কৰে। গাঁঠিৰ বিষৰ পৰা সকাহ পোৱা গৈছে।
আপুনি ডায়েবেটিচৰ পৰা পৰিত্ৰাণ পাব পাৰে। ই মূৰৰ বিষো হ্ৰাস কৰে। ই চুলি সৰাৰো প্ৰতিৰোধ কৰে। শিশুৰ নিয়মীয়াকৈ হাততালি দিয়াৰ অভ্যাসে, হস্তাক্ষৰ ভাল আৰু বানান ভুলৰ সমস্যাও হ্ৰাস হয়।