🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৮ আহিন, বুধবাৰ, ইং ২৫ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/১৬/৩২
সূৰ্য্যাস্ত ঘ :- ৫/১৫/১
ৰাশি : – মিথুন ৰাশি।
তিথি :- কৃষ্ণা অষ্টমী তিথি ।স:ঘ:- ৪/৫৭/৪ ২যোৱাত কৃষ্ণা নৱমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- আৰ্দ্ৰা । ৰা:ঘ:- ৩/৩২/২ লৈ।
শুভ সংখ্যা :- ৬/৫
শুভ ৰং :- বগা/ সেউজীয়া।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- নাই । ৰা:ঘ:- ৪/৫৭/৪২ যোৱাত দ্বিপদ।
যাত্ৰা :- ঈশান কোনত নাই। স:ঘ:- ৪/৫৭/ ৪২ যোৱাত পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত । স:ঘ:- ৪/৫৭/ ৪২ যোৱাত পূৱ দিশত।
ভক্ষাভক্ষ্য :- নাৰিকল ,মাছ মাংস খোৱা নিষেধ। স:ঘ:- ৪/৫৭/৪২ যোৱাত লাও খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ঘৰৰ উন্নয়নমূলক কৰ্মত সফলতা লাভ কৰিব, হঠাতে ধন সম্পত্তি আৰু সন্মান লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য পেটৰ ৰোগ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হব, সকলোৰে পৰা মৰম- চেনেহ লাভ কৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত শুভ বুলি কব পাৰি, নৃত্য গীতৰ মাজত নিজকে ব্যস্ত ৰাখিবলৈ সক্ষম হব, যদিও আজি আপুনি হীনমান্যত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, অভিনয় শিল্পীসকলৰ আজি সুনাম বৃদ্ধি যদিও আজি আপুনি সজাগ নহ’লে আনৰ পৰা মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, কৰ্মত যশস্যা বাঢ়িব লগতে আজি আপোনাৰ নতুন নতুন প্ৰেমত সহাৰি লাভ কৰাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি আনে বেয়া পোৱা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বিশৃংখলতাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, খেতিয়ক সকলৰ সন্মান বাঢ়িব, লগতে আজি আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, হাতলৈ ধন ধান আহিব, লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205