টেন্সফৰমাৰ বিষ্ফোৰণত কঁপি উঠিল মধুপুৰ অঞ্চলটি।
আমিনগাঁও শক্তি বিভাগৰ গাফিলতিৰ বাবে ট্ৰান্সফৰমাৰ বিজুতি ।
১১ হাজাৰ কেভি লাইনৰ খুটাত ঘৰুৱা লাইন একেলগে ৰখাৰ ভয়াবহ পৰিণতি ।
১১ কেভিৰ তাঁৰ চিঙি ঘৰুৱা লাইনত বিজুতি ।
বিজুতিৰ ফলত মধুপুৰৰ বহু পৰিয়ালৰ ফ্ৰীজ , এচিকে ধৰি বৈদ্যুতিক সামগ্ৰী নষ্ট ।
ঘটনাস্থলীত আৰক্ষী আৰু এপিডিচিএল কৰ্মী উপস্থিত হয় ।
বৈদ্যুতিক লাইনত গছ গছনি লাগি থকা অভিযোগ দিয়াৰ পিছতো কাণসাৰ নাই আমিনগাঁও উপসংমণ্ডলৰ । ৰাইজে ক্ষতি পুৰণ দাবী কৰিছে এপিডিচিএলক ।
