ভাৰতৰ প্ৰধান মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান মুছলিম ছাত্ৰ সন্থা অসমৰ।

মুছলিমৰ নিৰাপত্তা প্ৰদানৰ দাবী।

মুছলিম ছাত্ৰ সন্থা, অসম মুছাই নতুন দিল্লীৰ যন্তৰ মন্তৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰুপায়ন কৰে।

ভাৰতৰ প্ৰধান মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
অসমত ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বৃকৃতি প্ৰধানৰ দাবী মুছাৰ।

মুছলিম ছাত্ৰ সন্থা,অসম চমুকৈ মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় অসমত ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা লোকসকলক খিলঞ্জীয়া হিচাপে স্বৃকৃতি প্ৰধান কৰিব লাগে । বিগত চৰকাৰবোৰে অসমৰ মুছলিম সকলক ভোট বেংক হিছাপে ব্যৱহাৰ কৰি আহিছে ।

উচ্ছেদিত লোক সকলৰ পুনৰ সংস্থাপনৰ দাবী মুছাৰ।

উচ্ছেদ কৰাৰ পূৰ্বে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবী মুছাৰ।

ভূমিহীনলোকক ভূমি পট্টা প্ৰদানৰ দাবী মুছাৰ।

বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰি ইয়াৰ স্থায়ী সমাধান কৰাৰ দাবী মুছাৰ।

গাৱে গাৱে লোক আদালত পাতি ডি ভোটাৰ সমস্যা সমাধানৰ দাবী মুছাৰ।

অসমত এটি মুছলিম বিশ্ব বিদ্যালয় স্থাপনৰ দাবী মুছাৰ।

নাৰীক সুৰক্ষা প্ৰদানৰ বাবে বিশেষ আইনৰ জৰিয়তে সুৰক্ষা প্ৰদানৰ দাবী।

অসমত মুছলমানক যি অন্যায় কৰি আছে সেয়া সংবিধান বিৰোধী বুলি অভিহিত কৰে মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে ।

মুছলিম সকল ভাৰতীয় নাগৰিক হয় । অসমত থকাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে ।
অসমত এখন জিলাৰ পৰা আন জিলালৈ কাম কৰিব যোৱা
শ্ৰমিক সকলক নিৰাপত্তা প্ৰধানত ব্যাৰ্থ মূখ্যমন্ত্ৰী ।

অসমত মুছলিম সকলৰ বাবে মুছলিম স্বায়ত্ব শাসিত পৰিষদ ৰ দাবী কৰে মুছলিম ছাত্ৰ সন্থা অসমে ।

অসমত মুছলিমৰ ওপৰত অত্যাচাৰ কৰি আছে ৰাজ্য চৰকাৰে ।

আৰ এচ এচ ক সন্তুষ্ঠ কৰাৰ বাবে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!