শিৱসাগৰ জিলাৰ আমগুৰিৰ সীমামূৰীয়া ৰূপহীমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত হৈছে | প্ৰথম দিনা উষা কীৰ্তন, পৰিৱেশ পৰিষ্কৰণ পতাকা উত্তোলন, গুৰু সেৱা অনুষ্ঠানৰ পাছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয় | প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষীক দুয়োদিনৰ কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে নিমন্ত্ৰণ জনাইছে উদযাপন সমিতিয়ে |
📠Farhan Laskar, Sivasagar.