🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৬ ফাগুন , শনিবাৰ, ইং ১ মাৰ্চ ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৫৫/৫৮
সূৰ্য্যাস্ত ঘ :- ৫/২৩/২
ৰাশি : – কুম্ভ ৰাশি। ঘ:- ৮/২/২৮ মীন ৰাশি।
তিথি :- শুক্লা দ্বিতীয়া, ৰা:ঘ:- ২/৫৭/৩০ যোৱাত শুক্লা তৃতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বভাদ্ৰপদ । ঘ:- ১/৪৬/২৮ লৈ।
শুভ সংখ্যা :- ৪/৮
শুভ ৰং : – নীলা / বেঙুনীয়া ।
আদ্যঋতু :- দুৰ্ভগা যোগ ।
মৰণৰ দোষ :- পূৰ্ণদোষ । ঘ:- ১/৪৬/২৪ যোৱাত দ্বিপদ, শে:ৰা:ঘ:- ২/৫৭/৩০ যোৱাত এপদ।
যাত্ৰা :- উত্তৰ দিশত নাই।শে:ৰা:ঘ:- ২/৫৭/৩০ যোৱাত অগ্নি কোনত নাই ।
যোগিনী :- উত্তৰ দিশত ।শে:ৰা:ঘ:- ২/৫৭/৩০ যোৱাত অগ্নি কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা খোৱা নিষেধ, শেষ:ৰা:ঘ:- ২/৫৭/৩০ যোৱাত পটল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আৰু ঘৰুৱা কৰ্মত আনন্দ বাঢ়িব, কৰ্ম আৰু ব্যৱসায়িক দিশত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ ঘৰলৈ আলহীৰ আগমন হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব , জেষ্ঠ্য ব্যক্তিৰ পৰা ভাল খৱৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্ম লাভ কৰিব পাৰে, ক’ৰবাত পাবলগীয়া ধন ঘূৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, আজি আপোনাৰ সামাজিক কৰ্মত সন্মান বাঢ়িব লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পিতৃ মাতৃৰ পৰা মৰম- চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপুনি অপমানিত হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৱে আজি আপোনাৰ ক্ষতি কৰিব পাৰে,দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি কৰ্মত সজাগ নহ’লে আনৰ পৰা গালি খাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব , খেতিয়ক সকলৰ সুনাম বাঢ়িব, লগতে মনত নতুন আশাৰ সঞ্চাৰ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব পাৰিব যদিও আজি আপোনাৰ দেহ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ আগমন হ’ব, দক্ষতাৰে কৰ্মবোৰ আগুৱাই যাবলৈ সক্ষম হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205