■■লোহিতমুখ জিলা পৰিষদ:-লক্ষ্য মিলি(বিজেপি)–১৫,৮৬৭ টা ভোট,জনতা কাৰ্ডং(নিৰ্দলীয়)–১০,৪১৯ টা ভোট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰামু পাটগিৰিয়ে লাভ কৰে ৬৫৩৮ টা ভোট।

■■কলাবাৰী জিলা পৰিষদ–নিতুল হাজৰিকা(বিজেপি)–২১,১০৬ টা ভোট,হেমন্ত বৰা(কংগ্ৰেছ)–৪৭৭৯ আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱজ্যোতি নেওগে লাভ কৰে ৪৫১৩ টা ভোট লাভ।

■■হেলেম(ক) জিলা পৰিষদ–নিৰণ হাজৰিকা(বিজেপি)–১৭,২৪৭ টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ কমল হাজৰিকাৰ ৫৪৬৪ টা ভোট লাভ।

■■হেলেম(খ) জিলা পৰিষদ–দিপালী দেৱী(বিজেপি)–১৪,৩২৪ টা ভোট আৰু কংগ্ৰেছৰ ৰাহিল গুড়ীয়াৰ ৪২০০ টা ভোট লাভ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!