নদুৱাৰৰ ৰঙাচকুৱাত আজি মঙলবাৰে বিয়লি ইভাৰগ্ৰীন আত্ম সহায়ক গোটৰ কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহ খেতিৰ বাবে লাগতিয়াল সামগ্ৰী বিতৰণ কৰে । উক্ত বিতৰণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ভাৰতীয় চাহ বৰ্ডৰ তেজপুৰ মাণ্ডলিক চাহ বৰ্ডৰ উন্নয়ন বিষয়া ৰাতুল ডেকা, সভাপতি জগত বৰা, সম্পাদক নিল কমল নেৱাৰৰ লগতে ইভাৰগ্ৰীন আত্ম সহায়ক গোটৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল উপস্থিত থাকে । আজিৰ এই কাৰ্যসূচীত চাহ খেতিৰ বাবে ব্যৱহৃত হোৱা সামগ্ৰী ক্ৰমে স্প্ৰে মেচিন, কাটাৰ মেচিন, হাৰবেষ্টাৰ, টুকুৰী আদি বিতৰণ কৰে ।

তেজপুৰৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!