শোনিতপুৰৰ বালিপৰাৰ ১৯ মাইল ৰেলগেটৰ চিলনী যুৱক সংঘৰ সৌজন্যত ত্ৰয়োদশ বাৰ্ষিক গনেশ চতুৰ্থী উদযাপন কৰা হয় । প্ৰত্যেক বছৰৰ ধৰে এই বছৰো অতি উলহ মালহৰে ১৯ মাইল ৰেলগেটৰ চিলনী যুৱক সংঘই গনেশ চতুৰ্থী উদযাপন কৰে। পুৱাৰ পৰা অগনন ভক্তপ্ৰাণ ৰাইজ ভিৰ হোৱা পৰিলক্ষিত হয়। ১৯ মাইল ৰেলগেট চিলনী যুৱক সংঘ ৰ সভাপতি পপিন্দ্ৰ পাচৱান সম্পাদক অজয় চৌধুৰী য়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মংগল তথা কল্যানৰ উদ্দেশ্য প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হয়৷

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!