নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ
নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ নিৰ্ম্মানকাৰ্য্য শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ অন্তৰ্গত মুঠ দহটাকৈ গাঁওপঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চলত কালি দিনজোৰা কাৰ্য্যসুচীৰে গ্ৰাম্য পথ নিৰ্ম্মান আৰু আন্তগাঠনি…
আৰ. কে. ইউনিভাৰ্চ’ৰ ২০২৪ বৰ্ষৰ ‘নিপন গোস্বামী বঁটা’ প্ৰাপকৰ নাম ঘোষণা
■ নমিতা ভট্টাচাৰ্য্য আৰু তৌফিক ৰহমানলৈ ‘নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা’ ■ ◆ ছৈয়দ জাৰিৰ হুছেইন, এলভিছ আলী হাজৰিকা আৰু ৰঞ্জু হাজৰিকালৈ ‘নিপন গোস্বামী বঁটা৷ স্বনামপ্ৰসিদ্ধ অভিনয় শিল্পী প্ৰয়াত নিপন…
হাটশিঙিমাৰীত কংগ্ৰেছ দলৰ প্ৰতিবাদ
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমূখত আজি জিলা কংগ্ৰেছ দলৰ উদ্যোগত কংগ্ৰেছ দলে গণ সমদল যাত্ৰা উলিয়ায়।উল্লেখ্য যে, সংসদত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা ডo…
গুৱাহাটী প্ৰেছ ক্লাৱত সাহিত্যিক সদানন্দ গগৈৰ দুখনি গ্ৰন্থ উন্মোচন
বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া সদানন্দ গগৈৰ দুখনি গ্ৰন্থ আজি উন্মোচিত হৈ যায় । গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ দুখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত…
মুকালমুৱাৰ সোনাপুৱাত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি
নলবাৰী জিলাৰ মুকালমুৱাৰ সোনাপুৱা যুৱক সংঘৰ উদ্যোগত অহা ২৪,২৫ আৰু ২৮ ডিচেম্বৰত দ্বিতীয় বার্ষিক দিবা-নৈশ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুুতি প্ৰায় তুংগত হৈ উঠিছে।১৫০০/-টকা ভৰ্তি মাচুল হিচাপে ধাৰ্য্য কৰা প্ৰতিযোগিতা মূলক দিবা…
দেওপানী পুৰণি হাটখোলা প্ৰাথমিক বিদ্যালয়ত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী উদযাপন
নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ন-পাম বাৰুৱতী মণ্ডল সমল কেন্দ্ৰৰ দেওপানী পুৰণি হাটখোলা প্ৰাথমিক বিদ্যালয়, ৫৭০ নং বৰহোলা প্ৰাথমিক বিদ্যালয় আৰু আঠখেল চাহ বাগিচা ২ নং প্ৰাথমিক বিদ্যালয়ৰ মাজত এক বন্ধু বিদ্যালয়ৰ…
“জাফা এচিভাৰ্চ এৱাৰ্ড-২০২৪” শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান সফলতাৰে সম্পন্ন
আজি গুৱাহাটীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হয় জাৰ্নেলিষ্ট এচ’শ্বিয়েশ্বন আসাম ফৰ আসাম চমুকৈ জাফাৰ বাৰ্ষিক বটা “জাফা এচিভাৰ্চ এৱাৰ্ড” প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকী হৈছে…
ৰাতিপুৱা ৮ বজাত বিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় মৰিগাঁও জিলাৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহৰ
*নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি বিদ্যালয়খনৰ পতাকা উত্তোলন কৰে পৰিচালনা কমিটিৰ সভাপতি অনোৱাৰ হুছেইনে। *ইয়াৰ পিছতে ৮:৩০ বজাত ৭৭ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৭৭খন পতাকা উত্তোলন কৰা হয়। *৭৭ খন পতাকা উত্তোলন…
দৈনিক ৰাশিফল, ২১ ডিচেম্বৰ ২০২৪
🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৫ পুহ , শনিবাৰ, ইং ২১ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/৯/২৪সূৰ্য্যাস্ত ঘ :- ৪/২৯/৪৬ৰাশি : – সিংহ ৰাশি।তিথি :- কৃষ্ণা ষষ্ঠী তিথি।দি:ঘ:- ১/৫৭/৩৯ যোৱাত কৃষ্ণা সপ্তমী তিথি…
দৈনিক ৰাশিফল, ২০ ডিচেম্বৰ ২০২৪
🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৪ পুহ , শুক্ৰবাৰ, ইং ২০ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/৯/৬সূৰ্য্যাস্ত ঘ :- ৪/৩০/২ৰাশি : – সিংহ ৰাশি।তিথি :- কৃষ্ণা পঞ্চমী তিথি।দি:ঘ:- ১২/৪৯/৯ যোৱাত কৃষ্ণা ষষ্ঠী তিথি…