নিয়মীয়াকৈ কৰা বিশেষ কেইটামান ব্যায়ামে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিব আপোনাৰো

কলেষ্টৰেলৰ সমস্যাই আজিকালি বহু যুৱক-যুৱতীৰ শৰীৰত দেখা দিছে। বিভিন্ন অনিয়ম আৰু ব্যস্ততাৰে ভৰা জীৱনত শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পায়। গতিকে সজাগতা অতি গুৰুত্বপূৰ্ণ। দৈনন্দিন জীৱনত কিছু ব্যায়াম বা যোগ…

অৰ্থ সংকটত ভুগিছে চিকিৎসাধীন সাংবাদিক জয়ন্ত দাসে, চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে ৰাইজে

অসমীয়া দৈনিক 'আমাৰ অসম'ত স্থানীয় সংবাদদাতা হিচাপে সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ফেচবুক পেজ "বৰপেটা এক্সপ্ৰেছ"ৰ এডমিন হিচাপে কেইবাবছৰ ধৰি সাংবাদিকতা কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক…

সত্ৰীয়া সংস্কৃতিৰ সাধক ,সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ প্ৰয়ানত অসম সত্ৰ মহাসভাৰ শোক

ভৱ গোঁসাই” ৰ মৃত্যু জাতীয় জীৱন,সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি :: কুসুম কুমাৰ মহন্ত মাজুলীৰ ঐতিহাসিক বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামীৰ (ভৱ গোঁসাই) যোৱা ১০ জুলাইৰ পুৱা গুৱাহাটী চিকিৎসা…

জয়পুৰ বিমানবন্দৰত এজন পুৰুষ সহকাৰী উপ পৰিদৰ্শকক চৰ মাৰি গ্ৰেপ্তাৰ স্পাইচজেটৰ এগৰাকী যুৱতী কৰ্মচাৰী

জয়পুৰ বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ স্ক্ৰীনিংক লৈ হোৱা কাজিয়াত এজন পুৰুষ সহকাৰী উপ পৰিদৰ্শকক চৰ মাৰি গ্ৰেপ্তাৰ কৰা হৈছে স্পাইচজেটৰ এগৰাকী কৰ্মচাৰী। বিমানবন্দৰৰ চিচিটিভি কেমেৰাত ধৰা পৰে এই ঘটনা। চি আই এছ…

কেফে বি-ইউয়ে ফ্ৰাইডে ডিনাৰ ফিষ্টত আপোনালৈ আগবঢ়াইছে ভাৰতীয় ষ্ট্ৰীট ফুডৰ সোৱাদ

ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি-ইউয়ে সন্মানীয় অতিথিসকলক ফ্ৰাইডে ডিনাৰ ফিষ্ট – ষ্ট্ৰীট ফুড অফ ইণ্ডিয়াৰ জৰিয়তে ভাৰতৰ ৰাজপথত সততে দেখা লোভনীয় ৰন্ধনশৈলীৰ সোৱাদ ল’বলৈ আমন্ত্ৰণ জনাইছে। জুলাই মাহৰ প্ৰতি শুক্ৰবাৰে…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি ৰাষ্ট্ৰবাদী অৰাজনৈতিক সংগঠণ, জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস…

চৰাইদেউৰ কুঁৱৰীবাৰী চাহ বাগিছাত চাহ শ্ৰমিকৰ এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

১০ জুলাই তাৰিখে চৰাইদেউ জিলাৰ বিষ্ণুপুৰ চাহ বাগিছাৰ অধীনস্থ কুঁৱৰীবাৰী চাহ বাগিছাৰ কাৰ্য্যালয়ত অসম চাহ মজদুৰ সংঘ, কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত কুঁৱৰীবাৰী চাহ বাগিছাৰ শ্ৰমিকসকলে শ্ৰমিকৰ প্ৰাপ্যৰ দাবীত একঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী…

ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বানত বিধ্বস্ত চহৰখনৰ পথত বৃহত গাঁত: মটক যুৱ ছাত্ৰ পৰিষদৰ ক্ষোভ

ডিব্ৰুগড় চহৰৰ এটি ব্যস্ততাপূৰ্ণ পথ হৈছে জালুকপাৰা। এই ব্যস্ততাপূৰ্ণ পথটো অলপতে বানে চহৰখন ধুই নিয়াৰ পাছত পথটো জৰাজীৰ্ণ হৈ পৰিছে। ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যা আজিৰ নতুন সমস্যা নহয়। বৈজ্ঞানিক…

আপুনি অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে নেকি

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে আছেনে? সকলোৱেই আপোনাৰ ওচৰত আছে বুলি ভাবি দুখ পায় নেকি? আপুনি অনুভৱ কৰে নেকি যে আপোনাৰ সৰলতাৰ সুযোগ আনে লৈছে? এই পৰিস্থিতিত থেৰাপিষ্টসকলে…

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ মহৎ প্ৰদেক্ষেপ : এক পেৰ মা কে নাম

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ‘এক পেৰ মা কে নাম’ অভিযান আৰম্ভ কৰি আমাৰ পৃথিৱীখন সেউজ কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈ আহ্বান জনায় তথা ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ…

error: Content is protected !!