ইজৰাইলৰ কাৰাগাৰত মৃত্যু হয় গাজাৰ ৩৬ জন পণবন্দী

৭ অক্টোবৰৰ পৰা ইজৰাইলৰ কাৰাগাৰত গাজাৰ পৰা অহা কমেও ৩৬ জন পণবন্দী লোকৰ মৃত্যু হৈছে শাৰিৰীক নিৰ্যাতন, মানসিক নিৰ্যাতন আৰু অত্যন্ত অমানৱীয় পৰিস্থিতিৰ বাবে। পেলেষ্টাইনৰ মিডিয়া অফিচে এই তথ্য প্ৰকাশ…

চামগুৰিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস পালন

কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ অংশগ্ৰহণ। সৃষ্টিৰ মাজেৰে বিপ্লৱৰ আলোড়ন তোলা অসমৰ অন্যতম সাংস্কৃতিক কাণ্ডাৰী, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ আজি মহাপ্ৰয়ান তিথিত নগাঁওৰ চামগুৰি উচ্চত্বৰ মাধ্যমিক…

পুৰণিগুদামত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন

সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদামতো উদ্‌যাপন কৰা হয় অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস ৷ অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখাৰ উদ্যোগত আৰু নগাঁও জিলা…

পেঙেৰীৰ ব্ৰহ্মাজানত নিশা পুনৰ বনৰীয়া হাতী ৰহস্যজনক মৃত্যুৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।বনৰীয়া জীৱ-জন্তুৰ প্ৰতি জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। নিতৌ জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গৈছে নিবোধ জীৱ-জন্তুৰ।আজি নিশা পেঙেৰীৰ ব্ৰহ্মাজানত…

কলাক্ষেত্ৰত মঞ্চস্থ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন ভিত্তিক নাট ‘বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ’

উন্মোচন ‘ ৰূপকোঁৱৰ কলাগুৰু ইত্যাদি’ শীৰ্ষক গ্ৰন্থ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰি বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন ভিত্তিক নাটক ‘বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ’৷ ৰাগিনী প্ৰডাকচনৰ উদ্যোগত…

জামুগুৰিহাটৰ ১নং বৰদিকৰাই নদীৰ ব্যাপক গড়াখহনীয়া

নদীৰ বুকুত বিলীন হৈছে নদীপৰীয়া দৰিদ্ৰ কৃষক ৰাইজৰ কৃষিভূমিসমূহ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ১নং বৰদিকৰাই বালিচাপৰি অঞ্চলত বৰদিকৰাই নদীৰ গড়াখহনীয়াই সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে৷ বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুনৰ…

পেট্ৰলিয়াম জেলীৰ ব্যৱহাৰ

শীতকালত পেট্ৰলিয়াম জেলীৰ বৃদ্ধি পায়। কিন্তু পেট্ৰলিয়াম জেলীয়ে কেৱল শীতকালত আমাৰ ছালত উপকাৰ কৰাই নহয়। পেট্ৰলিয়াম জেলী ব্যৱহাৰ কৰিলে ছালৰ অন্যান্য ৰোগৰ পৰা সহজে মুক্তি পোৱা সম্ভৱ। জানো আহক: ১৫০…

প্ৰটিন পাউদাৰ খাই নেকি আপুনিও

বহুতে শৰীৰক ক্ষীণ কৰি ৰাখিবলৈ প্ৰটিন পাউদাৰৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে এই প্ৰ’টিন পাউদাৰৰ পৰা শৰীৰত বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ জমা হয়।গৱেষণাৰ পৰা দেখা…

গহপুৰৰ কলাবাৰীত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

ৰত্নপীঠ মণ্ডলৰ বেলশৰত মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ গহপুৰ, ২০ জুনঃ অসম নাট্য সন্মিলনৰ ২০২৪-২৬ বৰ্ষৰ প্ৰথমখনি কাৰ্যনিৰ্বাহক সভা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কালি অনুষ্ঠিত হয়। কলাবাৰী চেণ্টাৰস্থিত মূলাগাভৰু…

গহপুৰত পাহাৰীয়া খৰস্ৰোতা নৈৰ সংহাৰী ৰূপ

স্থানীয় বিধায়ক উৎপল বৰাৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন গহপুৰ, ২০ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো পাহাৰীয়া খৰস্ৰোতা নৈয়ে গহপুৰ মহকুমাত সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ কালি ব্ৰহ্মাজান নৈৰ বাঢ়নি পানীয়ে…

error: Content is protected !!