গহপুৰত বিভিন্ন সংগঠনৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
বীৰাংগনা কনকলতা বৰুৱাৰ স্মৃতিত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা বিশ্ববিদ্যালয়ৰ সম্পৰ্কত এখনি গুৰুত্বপূৰ্ণ সভা গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কালি বিয়লি ৪ বজাত বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা…
বিশেষভাৱে সক্ষম যুৱক বিভূতিভূষণ নতুন প্ৰজন্মৰ আদৰ্শ
দুয়োখন ভৰি জন্মৰ পৰাই সুস্থ সৱল নাছিল,এল ল’ৰাজনৰ ৷ তথাপিও, ল’ৰাজনে স্বচ্ছন্দে জীয়াই থাকিবলৈ, নিচেই সৰুৰে পৰাই দেখিছিল দুৰ্বাৰ সপোন ৷ আশ্ৰয়হীনভাৱে এখোজো কাঢ়িব নোৱাৰা ল’ৰাজনে আন দহজন সাধাৰণ মানুহৰ…
গহপুৰত চত্ৰং-ব্ৰহ্মাজান-চেঁচা নৈৰ কালৰূপ ধাৰণ
জলমগ্ন গহপুৰ নগৰৰ লগতে মহকুমাটোৰ বিস্তীৰ্ণ এলেকা কালভাৰ্ট বহি যোগাযোগ বিচ্ছিন্ন গহপুৰ নগৰত যাতায়াত বিঘ্নিত যোৱা নিশাৰ পৰা দিয়া নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰত বাৰিষাৰ প্ৰথমজাক বাঢ়নি পানীয়ে আজি বিস্তৰ ক্ষতি…
সন্তানক সঞ্চয় কৰিবলৈ শিকাব কেনেকৈ
পৰিয়ালক চাই শিশুৱে পৰিয়ালৰ মূল্যবোধ শিকে আৰু বিকাশ কৰে। গতিকে ল’ৰা-ছোৱালীৰ বাধ্যবাধকতা পালন কৰাৰ উপৰিও সকলো বস্তুৰ গুৰুত্ব বুজিব লাগে। ইয়াৰে এটা হ’ল সঞ্চয়। যিয়ে ভৱিষ্যতে শিশুসকলক ধন সঞ্চয়ৰ প্ৰতি…
কি কি অভ্যাস কৰিলে শৰীৰৰ চৰ্বি হ্ৰাস হয়
ওজন কমাবলৈ মানুহে বহু কষ্ট কৰিলেও চৰ্বি নকমে সহজে । বহু সময়ত শৰীৰৰ বিভিন্ন অংশত চৰ্বি জমা হোৱাৰ প্ৰৱণতা বাঢ়ি যায়। আৰু তেতিয়াই ওজন কমাবলৈ অধিক কঠিন হৈ পৰে। কিন্তু…
কৃত্ৰিম বানপানীত বিধ্বস্ত ৰঙিয়া মূৰাৰাৰ স্বাভাৱিক জনজীৱন
মূৰাৰাৰ গোপাল মন্দিৰত এজাক বৰষুণতে ডুব যায় পথ,কাণষাৰ নাই বিধায়কৰ ৰঙিয়াত কৃত্ৰিম বানপানীয়ে লৈছে ভয়াবহৰূপ। এজাক বৰষুণতে ডুব যায় ৰঙিয়াৰ কেইবাটাও অঞ্চল তথা উপ- পথ । তাৰ ভিতৰত ৰঙিয়াৰ মূৰাৰা…
মদ্যপান কৰাৰ পিছত যদি বমি হয়, কিয় জানেনে
১৮ বছৰ সম্পূৰ্ণ হোৱাৰ অৰ্থ হ’ল আপুনি এজন প্ৰাপ্তবয়স্ক। মদ্যপানৰ ক্ষেত্ৰতো বয়সৰ এই সীমা আছে। ১৮ বছৰ বয়সৰ আগতে অৰ্থাৎ কিশোৰ এজনে মদ খোৱাটো আইনীভাৱে নিষিদ্ধ। অৱশ্যে প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই…
বঙাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত গোকুল বৰ্মনক প্ৰাৰ্থী হিচাপে বিচাৰিছে ৰাইজে
ফণী ভুষণ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বঙাইগাঁও সমষ্টিত হ’ব লগা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সংগঠনৰ নেতা – কৰ্মীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা।লোক সভা নিৰ্বাচনৰ সময়ত দিয়া…
প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতিৰ ৰাখিলে বিধায়ক ৰূপজ্যোতিয়ে
যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ পৰাজিত হ’ল যদিও মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ তথা অন্যান্য সামাজিক কাৰ্যসূচীৰ মাজতে বিভিন্নজনে কৰা অভাৱ অভিযোগসমূহ পুৰনৰ বাবে সাধ্য অনুসৰি চেষ্টা কৰে…
বালিপৰাৰ খনামুখৰ ৰৌমাৰীত ভাষ্কৰ্য্য শিল্পীৰ ন ন সৃষ্টিয়ে আকৰ্ষণ কৰিছে ৰাইজৰ দৃষ্টি
সুনিপুন শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰান পাই উঠিছে বিষ্ণু,জ্যোতি,লাচিত,ভূপেন আৰু মহাদেৱৰ প্ৰতিমূৰ্ত্তি ৷ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণত ব্যস্ত ভাষ্কৰ্য্য শিল্পী যতীন গগৈ ৷ জমুগুৰিহাটৰ সমীপৰ খনামুখ ৰৌমাৰী…