আদৰ্শ জননী বটা প্ৰাপক,সুকণ্ঠী গায়িকা, শিল্পী , শিক্ষাবিদ লক্ষহীৰা দাসৰ দেহাৱসান
২০১৯ বৰ্ষৰ শশীপ্ৰভা কলিতা সোৱৰণি ৰাজ্যিক আদৰ্শ জননী বটা প্ৰাপ্ত সুকণ্ঠী গায়িকা শিল্পী তথা বিশিষ্ট শিক্ষাবিদ ড°লক্ষহীৰা দাসৰ আজি পুৱতি নিশা ৯৪ বছৰ বয়সত গুৱাহাটীৰ নিজা বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ…