মলদ্বাৰৰ ভিতৰত সোনোৱাই প্ৰায় এক কিলোগ্ৰাম সোণ সৰবৰাহৰ চেষ্টা! কেৰালাৰ পৰা আটক বিমান পৰিচাৰিকা
প্ৰায় এক কেজি সোণ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ এগৰাকী এয়াৰ হোষ্টেছ। তেওঁ কলকাতাৰ বাসিন্দা। তেওঁ ওমানৰ মাস্কাটৰ পৰা কেৰালাৰ কান্নুৰলৈ লৈ গৈছিল সোণ। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এক সূত্ৰই জনোৱা মতে, সোণখিনি…