সামৰণি পৰিল ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২৪
দেশী বিদেশী নাট্যদলৰ অংশগ্ৰহণৰে সামৰণি পৰিল ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৪ৰ৷নাট্যৰসিক দৰ্শক,শিক্ষাৰ্থী,সাংস্কৃতিক কৰ্মী তথা শিল্পী- কলাকুশলী আৰু নাট্যকৰ্মী আদিৰ উপস্থিতিত সাংস্কৃতিক সমন্বয়ৰ সাঁকো সুদৃঢ় কৰি অসমৰ গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ…