জামুগুৰিহাটৰ ১নং বৰদিকৰাই নদীৰ ব্যাপক গড়াখহনীয়া
নদীৰ বুকুত বিলীন হৈছে নদীপৰীয়া দৰিদ্ৰ কৃষক ৰাইজৰ কৃষিভূমিসমূহ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ১নং বৰদিকৰাই বালিচাপৰি অঞ্চলত বৰদিকৰাই নদীৰ গড়াখহনীয়াই সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে৷ বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুনৰ…