Tag: Dailyassamesenews

মাল্টি-মিডিয়া প্ৰেছ ক্লাৱ চাপৰৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

ধুবুৰী জিলাৰ চাপৰত ২০২২ চনত প্ৰতিষ্ঠিত মাল্টি-মিডিয়া প্ৰেছ ক্লাৱ চাপৰৰ আজি তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি সহিদুল সৰকাৰে। বৃক্ষৰোপণ কৰে…

১৬ ফেব্ৰুৱাৰী ২০২৫ৰ পৰা ‘জ্যোতিৰূপা’ৰ ‘সপ্তদশ বাৰ্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহ’

অসমৰ সমাজ-সংস্কৃতিকমূলক অনুষ্ঠান ‘জ্যোতিৰূপা’ই অহা ১৬ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা ১৯ ফেব্ৰুৱাৰী, ২০২৫লৈ চাৰি দিনৰ কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী-৩৭ত শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত ‘সপ্তদশ বাৰ্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা…

দৈনিক ৰাশিফল, ৮ জানুৱাৰী ২০২৫

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞২৩ পুহ, বুধবাৰ, ইং ৮ জানুৱাৰী ২০২৫সূৰ্য্যোদয় ঘ :- ৬/১৪/১৮সূৰ্য্যাস্ত ঘ :- ৪/৪২/১৪ৰাশি : – মেষ ৰাশি।তিথি :- শুক্লা নৱমী তিথি।দি:ঘ:- ২/০/৫৬ যোৱাত শুক্লা দশমী তিথি আৰম্ভণি…

গৌৰীসাগৰ আৰক্ষীৰ সহযোগত “শান্তিৰ সহায়ৰ হাত”ৰ মানৱীয় উদ্যোগ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিথেশ্বৰ নৰহক স্বেচ্ছাসেৱী সংস্থা “শান্তিৰ সহায়ৰ হাত”ৰ তৰফৰ পৰা ৪ জানুৱাৰীত সংস্থাৰ দস্তাবেজ অৰ্পণ কৰি বিশেষ আলোচনা কাৰ্যসূচী অনুষ্ঠিত হয়। এই আলোচনা সভাৰ…

দৈনিক ৰাশিফল,৪ জানুৱাৰী ২০২৫

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞১৯ পুহ , শনিবাৰ বাৰ, ইং ৪ জানুৱাৰী ২০২৫সূৰ্য্যোদয় ঘ :- ৬/১৩/২৫সূৰ্য্যাস্ত ঘ :- ৪/৩৯/১১ৰাশি : – কুম্ভ ৰাশি।তিথি :- শুক্লা পঞ্চমী তিথি।ৰা:ঘ:- ১০/৫৯/৫১ যোৱাত শুক্লা ষষ্ঠী…

জলপক্ষী গণনাৰ ১০ দিনীয়া কর্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাণীবিজ্ঞান বিভাগৰ উদ্যোগত “৩৯ সংখ্যক এছিয়ান ৱাটাৰবাৰ্ড চেন্সাছ আৰু ৫৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৱাটাৰবার্ড চেন্সাছ ২০২৫” ৰ লগত সংগতি ৰাখি ১০ দিনীয়া কৰ্মশালা আৰু চেন্সাছ প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰা…

এইখন দেশ ভাড়াত ল’ব পাৰি! কেনেকৈ সম্ভৱ জানেনে

ঘৰ, গাড়ী আনকি এয়াৰ কণ্ডিচনাৰ ভাড়া কৰাটোও আজিকালি বহুত সাধাৰণ কথা। পৃথিৱীৰ কোনো কোনো ঠাইত বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডো আনকি ভাড়াৰ বাবে উপলব্ধ। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল এসময়ত এই পৃথিৱীত এখন…

নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ নিৰ্ম্মানকাৰ্য্য শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ অন্তৰ্গত মুঠ দহটাকৈ গাঁওপঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চলত কালি দিনজোৰা কাৰ্য্যসুচীৰে গ্ৰাম্য পথ নিৰ্ম্মান আৰু আন্তগাঠনি…

গুৱাহাটী প্ৰেছ ক্লাৱত সাহিত্যিক সদানন্দ গগৈৰ দুখনি গ্ৰন্থ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া সদানন্দ গগৈৰ দুখনি গ্ৰন্থ আজি উন্মোচিত হৈ যায় । গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ দুখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত…

error: Content is protected !!