বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তী সমাৰোহ উপলক্ষে লাইখুঁটা স্থাপন
মৈৰাবাৰীৰ কাষৰীয়া অঞ্চল দলৈগাঁৱত ১৯৪৭ চনত স্থাপন হোৱা “বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়” খনে ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অহা ডিচেম্বৰ মাহৰ ২১,২২, আৰু ২৩ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাৰজত…