ডিব্ৰুগড়ত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ সামৰণি
চৰকাৰে প্ৰস্তাৱসমূহ সমাধান নকৰাত আক্ষেপডিব্ৰুগড়,১৮ চেপ্টেম্বৰ ডিব্ৰুগড়ত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটিৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাখনি ডিব্ৰুগড় শাখাৰ উদ্যোগত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়…