জামুগুৰিহাটত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
জামুগুৰিহাটৰ ন-দুৱাৰ জাতীয় বিদ্যালয়ত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত তথা জামুগুৰি আঞ্চলিক উন্নতি সভা আৰু অসম সেনাৰ সহযোগত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি গুৰুসেৱা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।…