জামুগুৰিহাটত পোন প্ৰথম চলিছে নৈশ ফুটৱলখেল প্ৰতিযোগিতা
বিদেশী খেলুৱৈ দু ভৰিৰ যাদু চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ। জামুগুৰিহাটৰ টুপিয়া মিনি ষ্টেডিয়ামত চলি থকা চিদানন্দ বৰা আৰু অৱনীপ্ৰসাদ বৰা সোঁৱৰণি নৈশ ফুটৱল খেল প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰটাৰ ফাইনেল খেলত…