হালোৱাটিং বন বিভাগৰ অভিযানত জব্দ দুখন চোৰাং শিল কঢ়িওৱা ডাম্পাৰ
⭕যোৰহাটৰ পৰা গেলেকীলৈ মাজনিশা এই সৰবৰাহ আমগুৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং খণ্ড বন বিভাগৰ অভিযানত জব্দ দুখনকৈ শিল ভৰ্তি ডাম্পাৰ | ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত মাজনিশা প্ৰায় ১২:৩০ মান…