Tag: Nationalnews

নগাঁৱত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা

শাস্ত্ৰীয় সংগীত মঞ্চ,নগাঁৱৰ উদ্যোগত নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগ আৰু আদিত্য ষ্ট্ৰীট ফুডছ্, নগাঁৱৰ সহযোগত নগাঁও বিশ্ববিদ্যালয়ত ২ জুলাইৰ পৰা অনুষ্ঠিত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ আজি তৃতীয় দিনা এক বিশেষ অনুষ্ঠান অনুষ্ঠিত…

আপোনাৰ পোহনীয়া মেকুৰীটোৰ বিষয়ে জানক, মনত ৰাখক

দীঘলীয়া সময় কৰ্মস্থলীৰ অন্তত ঘৰলৈ আহি দুৱাৰৰ সন্মুখত আপোনাৰ প্ৰিয় পোহনীয়া জন্তুটোৱে ঠেং জোকাৰি থকা দেখিলে আপোনাৰ মনটো নিশ্চয় ভাল লাগে। কিন্তু ঘৰত পোহনীয়া জন্তু থকা থকা মানে দায়িত্বয়ো কেইবাগুণো…

ডায়েবেটিছ ৰোগত আক্ৰান্ত মহিলাসকলৰ জৰায়ুৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি

সমগ্ৰ বিশ্বতে বিভিন্ন বয়সৰ লাখ লাখ লোক বৰ্তমান মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে। যাৰ কাৰণে হৃদযন্ত্ৰ, বৃক্ক, স্নায়ু, প্ৰদাহৰ লগত জড়িত বিভিন্ন সমস্যা দিনক দিনে বাঢ়ি আছে। কিন্তু শেহতীয়াকৈ ইণ্ডিয়ান…

স্তন কেন্সাৰত আক্ৰান্ত হিনা খান, কোন এই হিনা খান চিনি পাইনে!!

সৰু পৰ্দাৰ জনপ্ৰিয় মুখ হিনা খান। শেহতীয়াকৈ হিনাৰ শাৰীৰিক স্বাস্থ্যক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আচলতে ছচিয়েল মিডিয়াত হিনা খুব সক্ৰিয়। কি পিন্ধে, কেনেকৈ চুলি কাটিছে, কোন কাপোৰৰ লগত কি গহনা…

নিউ গুৱাহাটীত পথৰ দাঁতিৰ নলাৰ পৰা হৰিণা উদ্ধাৰ বনকৰ্মীৰ

নিউ গুৱাহাটীত আজি পুৱা পথৰ দাঁতিৰ পানী পৰিবাহী নলাৰ পৰা বনকৰ্মীৰ দলে এটা হৰিণা উদ্ধাৰ কৰে। জানিব পৰা মতে পুৱা ৯ মান বজাত নিউ গুৱাহাটীত অসম জাতীয় বিদ্যালয়ৰ সমীপত পথৰ…

চামগুৰিৰ বকুল তলত বিজেপিৰ “বলিদান দিৱস” পালন

নগাঁওৰ চামগুৰিৰ বকুলতলত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথিত ভাৰতীয় জনতা পাৰ্টি পুৰণিগুডাম মণ্ডলৰ ব্যৱস্থাপনাত চামগুৰিৰ নৱ গঠিত বঢ়মপুুুৰ সমষ্টিৰ বকুলতল নাট্য মন্দিৰত আজি বলিদান দিৱস…

উত্তৰ প্ৰদেশত বাছ দুৰ্ঘটনাত আহত ৪০ জন যাত্ৰী

দেওবাৰে পুৱা সাত বজাত উত্তৰ প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীসহ বাছখন বাগৰি পৰে। আহত হয় কমেও ৪০ জন যাত্ৰী।আৰক্ষীৰ সূত্ৰ অনুসৰি লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই…

ইজৰাইলৰ কাৰাগাৰত মৃত্যু হয় গাজাৰ ৩৬ জন পণবন্দী

৭ অক্টোবৰৰ পৰা ইজৰাইলৰ কাৰাগাৰত গাজাৰ পৰা অহা কমেও ৩৬ জন পণবন্দী লোকৰ মৃত্যু হৈছে শাৰিৰীক নিৰ্যাতন, মানসিক নিৰ্যাতন আৰু অত্যন্ত অমানৱীয় পৰিস্থিতিৰ বাবে। পেলেষ্টাইনৰ মিডিয়া অফিচে এই তথ্য প্ৰকাশ…

চামগুৰিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস পালন

কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ অংশগ্ৰহণ। সৃষ্টিৰ মাজেৰে বিপ্লৱৰ আলোড়ন তোলা অসমৰ অন্যতম সাংস্কৃতিক কাণ্ডাৰী, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ আজি মহাপ্ৰয়ান তিথিত নগাঁওৰ চামগুৰি উচ্চত্বৰ মাধ্যমিক…

পুৰণিগুদামত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন

সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদামতো উদ্‌যাপন কৰা হয় অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস ৷ অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখাৰ উদ্যোগত আৰু নগাঁও জিলা…

error: Content is protected !!