Tag: Nationalnews

আদিবাসী সমাজৰ মাজত এখন পত্ৰই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ

আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ আৰু অসমৰ চাহ জনগোষ্ঠীৰ অন্যতম বৃহৎ সংগঠন আছাৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে আদিবাসী সমাজৰ এখন পত্ৰই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। আদিবাসী সমাজৰ নামত প্ৰকাশ কৰা…

বালিপৰাৰ চাৰিদুৱাৰত বাবু ডম্বৰ সিং গুৰুঙৰ ১২৫ তম জন্মজয়ন্তীৰ সফল সামৰণি

সদৌ অসম গুৰুং (তমু) সংঘৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত জিলা সমিতিৰ আতিথ্যত তথা অসমৰ গোৰ্খা জনগোষ্ঠীয় ভাতৃ সংগঠনৰ সহযোগত স্বাধীনতা সংগ্ৰামী,ভাৰতীয় গোৰ্খা লীগৰ প্ৰতিষ্ঠাপক সভাপতি,ভাৰতীয় সংবিধান খচৰা প্ৰস্তুত (ড° বি.আৰ.আম্বেদকাৰ )সমিতিৰ…

জামুগুৰিহাটত জনাঞ্চলত বিচৰণ কৰিছে এজাক বনৰীয়া ম’হে, নষ্ট কৰিছে খেতি পথাৰ

জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰিত বিচৰণ বনৰীয়া ম’হৰ এটি বৃহৎ জাকৰ।নষ্ট কৰিছে কৃষকৰ খেতিখোলা।নিশাৰ ভাগত নিকটবৰ্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি গাঁওখনত প্ৰবেশ কৰা দহ বাৰজনীয়া বনৰীয়া ম’হৰ জাকটো…

কিয় ১২ বছৰৰ মূৰে মূৰে হয় মহা কুম্ভমেলা ! পৰৱৰ্তী মহাকুম্ভ মেলা কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব? ইয়াৰ গুৰুত্ব আৰু ইতিহাস…

কুম্ভ মেলা হিন্দু ধৰ্মৰ এক অতি বৃহৎ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠান যিটো প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। এইবাৰ ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰয়াগৰাজত মহা কুম্ভ…

দৈনিক ৰাশিফল, ২৪ জানুৱাৰী ২০২৫

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞১০ মাঘ , শুক্ৰ বাৰ, ইং ২৪ জানুৱাৰী ২০২৫সূৰ্য্যোদয় ঘ :- ৬/১৫/১৫সূৰ্য্যাস্ত ঘ :- ৪/৫৪/১ৰাশি : – বৃশ্চিক ৰাশি।তিথি :- কৃষ্ণা দশমী তিথি। স:ঘ:- ৫/১৫/৫৩ যোৱাত কৃষ্ণা…

দৈনিক ৰাশিফল, ২৩ জানুৱাৰী ২০২৫

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৯ মাঘ , বৃহস্পতিবাৰ, ইং ২৩ জানুৱাৰী ২০২৫সূৰ্য্যোদয় ঘ :- ৬/১৫/৩০সূৰ্য্যাস্ত ঘ :- ৪/৫৩/০০ৰাশি : – তুলা ৰাশি। ৰা:ঘ:- ৮/৫৯/২ যোৱাত বৃশ্চিক ৰাশি।তিথি :- কৃষ্ণা নৱমী তিথি।…

মাল্টি-মিডিয়া প্ৰেছ ক্লাৱ চাপৰৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

ধুবুৰী জিলাৰ চাপৰত ২০২২ চনত প্ৰতিষ্ঠিত মাল্টি-মিডিয়া প্ৰেছ ক্লাৱ চাপৰৰ আজি তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি সহিদুল সৰকাৰে। বৃক্ষৰোপণ কৰে…

১৬ ফেব্ৰুৱাৰী ২০২৫ৰ পৰা ‘জ্যোতিৰূপা’ৰ ‘সপ্তদশ বাৰ্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহ’

অসমৰ সমাজ-সংস্কৃতিকমূলক অনুষ্ঠান ‘জ্যোতিৰূপা’ই অহা ১৬ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা ১৯ ফেব্ৰুৱাৰী, ২০২৫লৈ চাৰি দিনৰ কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী-৩৭ত শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত ‘সপ্তদশ বাৰ্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা…

error: Content is protected !!