Tag: Nationalnews

নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ বিধায়ক পদ্ম হাজৰিকাৰ

নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ নিৰ্ম্মানকাৰ্য্য শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ অন্তৰ্গত মুঠ দহটাকৈ গাঁওপঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চলত কালি দিনজোৰা কাৰ্য্যসুচীৰে গ্ৰাম্য পথ নিৰ্ম্মান আৰু আন্তগাঠনি…

গুৱাহাটী প্ৰেছ ক্লাৱত সাহিত্যিক সদানন্দ গগৈৰ দুখনি গ্ৰন্থ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া সদানন্দ গগৈৰ দুখনি গ্ৰন্থ আজি উন্মোচিত হৈ যায় । গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ দুখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত…

মুকালমুৱাৰ সোনাপুৱাত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি

নলবাৰী জিলাৰ মুকালমুৱাৰ সোনাপুৱা যুৱক সংঘৰ উদ্যোগত অহা ২৪,২৫ আৰু ২৮ ডিচেম্বৰত দ্বিতীয় বার্ষিক দিবা-নৈশ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুুতি প্ৰায় তুংগত হৈ উঠিছে।১৫০০/-টকা ভৰ্তি মাচুল হিচাপে ধাৰ্য্য কৰা প্ৰতিযোগিতা মূলক দিবা…

“জাফা এচিভাৰ্চ এৱাৰ্ড-২০২৪” শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান সফলতাৰে সম্পন্ন

আজি গুৱাহাটীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হয় জাৰ্নেলিষ্ট এচ’শ্বিয়েশ্বন আসাম ফৰ আসাম চমুকৈ জাফাৰ বাৰ্ষিক বটা “জাফা এচিভাৰ্চ এৱাৰ্ড” প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকী হৈছে…

দৈনিক ৰাশিফল, ২০ ডিচেম্বৰ ২০২৪

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৪ পুহ , শুক্ৰবাৰ, ইং ২০ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/৯/৬সূৰ্য্যাস্ত ঘ :- ৪/৩০/২ৰাশি : – সিংহ ৰাশি।তিথি :- কৃষ্ণা পঞ্চমী তিথি।দি:ঘ:- ১২/৪৯/৯ যোৱাত কৃষ্ণা ষষ্ঠী তিথি…

Horoscope : দৈনিক ৰাশিফল, ১৯ ডিচেম্বৰ ২০২৪

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৩ পুহ , বৃহস্পতি বাৰ, ইং ১৯ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/৮/৪৮সূৰ্য্যাস্ত ঘ :- ৪/৩০/১৬ৰাশি : – কৰ্কট ৰাশি । শে:ৰা:ঘ:- ৪/৩০/১৫ যোৱাত সিংহ ৰাশি।তিথি :- কৃষ্ণা…

শিৱসাগৰত সদৌ অসম কবি সন্মিলনৰ অধিবেশনৰ লাইখুঁটা স্থাপন

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত ২৭,২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে তিনিদিনীয়াকৈ সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন অনুষ্ঠিত হ’ব। শিৱসাগৰৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অধিবেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্য্যসূচী সম্পন্ন…

দেশৰ গৃহমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল

⭕শিৱসাগৰত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক পৰশজ্যোতি দাসে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ। সদনৰ মজিয়াত ভাৰতৰ সংবিধান প্ৰণেতা ড° বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ…

মুছলিম স্বায়ত্ব শাসিত পৰিষদৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত মুছলিম ছাত্ৰ সন্থা,অসমৰ অৱস্থান ধৰ্মঘট

ভাৰতৰ প্ৰধান মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান মুছলিম ছাত্ৰ সন্থা অসমৰ। মুছলিমৰ নিৰাপত্তা প্ৰদানৰ দাবী। মুছলিম ছাত্ৰ সন্থা, অসম মুছাই নতুন দিল্লীৰ যন্তৰ মন্তৰত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰুপায়ন কৰে। ভাৰতৰ প্ৰধান…

মৈৰাবাৰীৰ পৰা যোৱা শনিবাৰে নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ ইটা ভাটাত ব্যবহৃত পুখুৰীত

যোৱা শনিবাৰে ঘৰৰ পৰা সমনীয়াৰ সৈতে ওলাই যোৱা এটি ছয় বছৰীয়া শিশু স্বামীমৰ মৃতদেহ আজি উদ্ধাৰ হয়। পৰিয়ালৰ লোকৰ সন্দেহ এয়া এক সৰুযন্ত্ৰ…ষড়যন্ত্ৰৰ বলি হৈ শিশুটিৰ এনে কৰুণ মৃত্যু হৈছে।…

error: Content is protected !!