পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰীৰ গৃহ জিলা পৰিষদ সমষ্টি মধ্য বজালী জিলা পৰিষদত নির্দলীয় প্রার্থীৰ জয় আৰু কিছু প্রাসঙ্গিক চিন্তা
অসমত অনুষ্ঠিত পঞ্চায়ত নির্বাচন,২০২৫ ত সমগ্ৰ অসমতে শাসকীয় দলটোৱে চমকপ্রদ বিজয় সাব্যস্ত কৰিছে। কিন্তু ইয়াৰ বিপৰীতে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ গৃহ জিলা পৰিষদ…