Tag: News daily assam

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ মহৎ প্ৰদেক্ষেপ : এক পেৰ মা কে নাম

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ‘এক পেৰ মা কে নাম’ অভিযান আৰম্ভ কৰি আমাৰ পৃথিৱীখন সেউজ কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈ আহ্বান জনায় তথা ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ…

আম্বানী পুত্ৰৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মমতাই

অহা ১২ জুলাইত মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ যাব মমতা বেনাৰ্জী। এই ভ্ৰমণৰ সময়ত তেওঁ এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে এই দুই…

চলিত মাহতে ৰাছিয়া ভ্ৰমণত যাব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

৮ আৰু ৯ জুলাইত ৰাছিয়ালৈ আনুষ্ঠানিক ভ্ৰমণত যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণত ভাৰত-ৰাছিয়াৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে মস্কোলৈ যাব প্ৰধানমন্ত্ৰী মোডী, এই কথা স্পষ্ট…

নগাঁৱত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা

শাস্ত্ৰীয় সংগীত মঞ্চ,নগাঁৱৰ উদ্যোগত নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগ আৰু আদিত্য ষ্ট্ৰীট ফুডছ্, নগাঁৱৰ সহযোগত নগাঁও বিশ্ববিদ্যালয়ত ২ জুলাইৰ পৰা অনুষ্ঠিত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ আজি তৃতীয় দিনা এক বিশেষ অনুষ্ঠান অনুষ্ঠিত…

শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটী লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ পৰিবহণ বিভাগৰ

কামৰূপ মহানগৰ জিলাৰ ২,৯০৭শিক্ষাৰ্থীক দুচকীয়া বাহনৰ আত্মবিশ্বাসী, আদৰ্শ চালক হিচাপে গঢ় দিয়াৰ ব্যতিক্ৰমী লক্ষ্য। উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী লাভ কৰা…

আপোনাৰ পোহনীয়া মেকুৰীটোৰ বিষয়ে জানক, মনত ৰাখক

দীঘলীয়া সময় কৰ্মস্থলীৰ অন্তত ঘৰলৈ আহি দুৱাৰৰ সন্মুখত আপোনাৰ প্ৰিয় পোহনীয়া জন্তুটোৱে ঠেং জোকাৰি থকা দেখিলে আপোনাৰ মনটো নিশ্চয় ভাল লাগে। কিন্তু ঘৰত পোহনীয়া জন্তু থকা থকা মানে দায়িত্বয়ো কেইবাগুণো…

ডায়েবেটিছ ৰোগত আক্ৰান্ত মহিলাসকলৰ জৰায়ুৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি

সমগ্ৰ বিশ্বতে বিভিন্ন বয়সৰ লাখ লাখ লোক বৰ্তমান মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে। যাৰ কাৰণে হৃদযন্ত্ৰ, বৃক্ক, স্নায়ু, প্ৰদাহৰ লগত জড়িত বিভিন্ন সমস্যা দিনক দিনে বাঢ়ি আছে। কিন্তু শেহতীয়াকৈ ইণ্ডিয়ান…

স্তন কেন্সাৰত আক্ৰান্ত হিনা খান, কোন এই হিনা খান চিনি পাইনে!!

সৰু পৰ্দাৰ জনপ্ৰিয় মুখ হিনা খান। শেহতীয়াকৈ হিনাৰ শাৰীৰিক স্বাস্থ্যক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আচলতে ছচিয়েল মিডিয়াত হিনা খুব সক্ৰিয়। কি পিন্ধে, কেনেকৈ চুলি কাটিছে, কোন কাপোৰৰ লগত কি গহনা…

নিউ গুৱাহাটীত পথৰ দাঁতিৰ নলাৰ পৰা হৰিণা উদ্ধাৰ বনকৰ্মীৰ

নিউ গুৱাহাটীত আজি পুৱা পথৰ দাঁতিৰ পানী পৰিবাহী নলাৰ পৰা বনকৰ্মীৰ দলে এটা হৰিণা উদ্ধাৰ কৰে। জানিব পৰা মতে পুৱা ৯ মান বজাত নিউ গুৱাহাটীত অসম জাতীয় বিদ্যালয়ৰ সমীপত পথৰ…

চামগুৰিৰ বকুল তলত বিজেপিৰ “বলিদান দিৱস” পালন

নগাঁওৰ চামগুৰিৰ বকুলতলত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথিত ভাৰতীয় জনতা পাৰ্টি পুৰণিগুডাম মণ্ডলৰ ব্যৱস্থাপনাত চামগুৰিৰ নৱ গঠিত বঢ়মপুুুৰ সমষ্টিৰ বকুলতল নাট্য মন্দিৰত আজি বলিদান দিৱস…

error: Content is protected !!