মুষলধাৰ বৰষুণৰ ফলত হিমাচলত পানীয়ে উটুৱাই নিলে গাঁৱৰ পিছত গাঁও, ৪ জনৰ মৃত্যু, ৫০ জন নিৰুদ্দেশ
উত্তৰাখণ্ডৰ লগতে হিমাচল প্ৰদেশো বৰষুণৰ ফলত প্ৰভাৱিত হৈছে। বৃহস্পতিবাৰে ছিমলা, কুল্লু, মাণ্ডীত ধাৰাসাৰ বৰষুণ হোৱাত বহু ঘৰ ভাঙি পৰাৰ লগতে নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ডুব গৈছে ৰাস্তা-ঘাট। দিনক দিনে বৃদ্ধি…