Tag: News

গহপুৰত বিভিন্ন সংগঠনৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

বীৰাংগনা কনকলতা বৰুৱাৰ স্মৃতিত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা বিশ্ববিদ্যালয়ৰ সম্পৰ্কত এখনি গুৰুত্বপূৰ্ণ সভা গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কালি বিয়লি ৪ বজাত বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা…

বিশেষভাৱে সক্ষম যুৱক বিভূতিভূষণ নতুন প্ৰজন্মৰ আদৰ্শ

দুয়োখন ভৰি জন্মৰ পৰাই সুস্থ সৱল নাছিল,এল ল’ৰাজনৰ ৷ তথাপিও, ল’ৰাজনে স্বচ্ছন্দে জীয়াই থাকিবলৈ, নিচেই সৰুৰে পৰাই দেখিছিল দুৰ্বাৰ সপোন ৷ আশ্ৰয়হীনভাৱে এখোজো কাঢ়িব নোৱাৰা ল’ৰাজনে আন দহজন সাধাৰণ মানুহৰ…

গহপুৰত চত্ৰং-ব্ৰহ্মাজান-চেঁচা নৈৰ কালৰূপ ধাৰণ

জলমগ্ন গহপুৰ নগৰৰ লগতে মহকুমাটোৰ বিস্তীৰ্ণ এলেকা কালভাৰ্ট বহি যোগাযোগ বিচ্ছিন্ন গহপুৰ নগৰত যাতায়াত বিঘ্নিত যোৱা নিশাৰ পৰা দিয়া নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰত বাৰিষাৰ প্ৰথমজাক বাঢ়নি পানীয়ে আজি বিস্তৰ ক্ষতি…

সন্তানক সঞ্চয় কৰিবলৈ শিকাব কেনেকৈ

পৰিয়ালক চাই শিশুৱে পৰিয়ালৰ মূল্যবোধ শিকে আৰু বিকাশ কৰে। গতিকে ল’ৰা-ছোৱালীৰ বাধ্যবাধকতা পালন কৰাৰ উপৰিও সকলো বস্তুৰ গুৰুত্ব বুজিব লাগে। ইয়াৰে এটা হ’ল সঞ্চয়। যিয়ে ভৱিষ্যতে শিশুসকলক ধন সঞ্চয়ৰ প্ৰতি…

মদ্যপান কৰাৰ পিছত যদি বমি হয়, কিয় জানেনে

১৮ বছৰ সম্পূৰ্ণ হোৱাৰ অৰ্থ হ’ল আপুনি এজন প্ৰাপ্তবয়স্ক। মদ্যপানৰ ক্ষেত্ৰতো বয়সৰ এই সীমা আছে। ১৮ বছৰ বয়সৰ আগতে অৰ্থাৎ কিশোৰ এজনে মদ খোৱাটো আইনীভাৱে নিষিদ্ধ। অৱশ্যে প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই…

বঙাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত গোকুল বৰ্মনক প্ৰাৰ্থী হিচাপে বিচাৰিছে ৰাইজে

ফণী ভুষণ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বঙাইগাঁও সমষ্টিত হ’ব লগা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সংগঠনৰ নেতা – কৰ্মীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা।লোক সভা নিৰ্বাচনৰ সময়ত দিয়া…

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতিৰ ৰাখিলে বিধায়ক ৰূপজ্যোতিয়ে

যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ পৰাজিত হ’ল যদিও মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ তথা অন্যান্য সামাজিক কাৰ্যসূচীৰ মাজতে বিভিন্নজনে কৰা অভাৱ অভিযোগসমূহ পুৰনৰ বাবে সাধ্য অনুসৰি চেষ্টা কৰে…

কোকৰাডাঙা ঘাট এলেকাত সৰবৰাহকাৰীৰ পৰা ১০ টা গৰু উদ্ধাৰ

যোৱা নিশা ০৭/০৬/২০২৪ তাৰিখে পুৱা প্ৰায় ০১:৩০ বজাত কোকৰাডাঙা ঘাট এলেকাত গৰু সৰবৰাহ সন্দৰ্ভত পোৱা গোপন সূত্ৰৰ ভিত্তিত আই চি খাৰুৱাবন্দা অ’ পিয়ে তেওঁৰ দলৰ সৈতে স্থানলৈ আগবাঢ়ি যায়। পিছত…

চতিয়া ইটাখোলাৰ লিচুৱে দখল কৰিছে আন্তৰ্জাতিক বজাৰ

চতিয়া ইটাখোলাৰ বিভিন্ন প্ৰান্তত উৎপাদিত বিভিন্ন প্ৰজাতিৰ লিচুৱে এতিয়া দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ ৷ লিচু ব্যৱসায় কৰি এতিয়া স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ইটাখোলাৰ নুৰ জালাল…

ডিব্ৰুগড়ৰ ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ: সৰ্বানন্দ সোণোৱাল

“আকৌ এবাৰ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জে পি নড্ডা ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ”: সোণোৱাল…

error: Content is protected !!