Author: admin

ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বানত বিধ্বস্ত চহৰখনৰ পথত বৃহত গাঁত: মটক যুৱ ছাত্ৰ পৰিষদৰ ক্ষোভ

ডিব্ৰুগড় চহৰৰ এটি ব্যস্ততাপূৰ্ণ পথ হৈছে জালুকপাৰা। এই ব্যস্ততাপূৰ্ণ পথটো অলপতে বানে চহৰখন ধুই নিয়াৰ পাছত পথটো জৰাজীৰ্ণ হৈ পৰিছে। ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ সমস্যা আজিৰ নতুন সমস্যা নহয়। বৈজ্ঞানিক…

সন্তানক সঞ্চয় কৰিবলৈ শিকাব কেনেকৈ

পৰিয়ালক চাই শিশুৱে পৰিয়ালৰ মূল্যবোধ শিকে আৰু বিকাশ কৰে। গতিকে ল’ৰা-ছোৱালীৰ বাধ্যবাধকতা পালন কৰাৰ উপৰিও সকলো বস্তুৰ গুৰুত্ব বুজিব লাগে। ইয়াৰে এটা হ’ল সঞ্চয়। যিয়ে ভৱিষ্যতে শিশুসকলক ধন সঞ্চয়ৰ প্ৰতি…

কৃত্ৰিম বানপানীত বিধ্বস্ত ৰঙিয়া মূৰাৰাৰ স্বাভাৱিক জনজীৱন

মূৰাৰাৰ গোপাল মন্দিৰত এজাক বৰষুণতে ডুব যায় পথ,কাণষাৰ নাই বিধায়কৰ ৰঙিয়াত কৃত্ৰিম বানপানীয়ে লৈছে ভয়াবহৰূপ। এজাক বৰষুণতে ডুব যায় ৰঙিয়াৰ কেইবাটাও অঞ্চল তথা উপ- পথ । তাৰ ভিতৰত ৰঙিয়াৰ মূৰাৰা…

মদ্যপান কৰাৰ পিছত যদি বমি হয়, কিয় জানেনে

১৮ বছৰ সম্পূৰ্ণ হোৱাৰ অৰ্থ হ’ল আপুনি এজন প্ৰাপ্তবয়স্ক। মদ্যপানৰ ক্ষেত্ৰতো বয়সৰ এই সীমা আছে। ১৮ বছৰ বয়সৰ আগতে অৰ্থাৎ কিশোৰ এজনে মদ খোৱাটো আইনীভাৱে নিষিদ্ধ। অৱশ্যে প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই…

বঙাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত গোকুল বৰ্মনক প্ৰাৰ্থী হিচাপে বিচাৰিছে ৰাইজে

ফণী ভুষণ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বঙাইগাঁও সমষ্টিত হ’ব লগা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সংগঠনৰ নেতা – কৰ্মীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা।লোক সভা নিৰ্বাচনৰ সময়ত দিয়া…

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতিৰ ৰাখিলে বিধায়ক ৰূপজ্যোতিয়ে

যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ পৰাজিত হ’ল যদিও মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ তথা অন্যান্য সামাজিক কাৰ্যসূচীৰ মাজতে বিভিন্নজনে কৰা অভাৱ অভিযোগসমূহ পুৰনৰ বাবে সাধ্য অনুসৰি চেষ্টা কৰে…

বালিপৰাৰ খনামুখৰ ৰৌমাৰীত ভাষ্কৰ্য্য শিল্পীৰ ন ন সৃষ্টিয়ে আকৰ্ষণ কৰিছে ৰাইজৰ দৃষ্টি

সুনিপুন শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰান পাই উঠিছে বিষ্ণু,জ্যোতি,লাচিত,ভূপেন আৰু মহাদেৱৰ প্ৰতিমূৰ্ত্তি ৷ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণত ব্যস্ত ভাষ্কৰ্য্য শিল্পী যতীন গগৈ ৷ জমুগুৰিহাটৰ সমীপৰ খনামুখ ৰৌমাৰী…

কোকৰাডাঙা ঘাট এলেকাত সৰবৰাহকাৰীৰ পৰা ১০ টা গৰু উদ্ধাৰ

যোৱা নিশা ০৭/০৬/২০২৪ তাৰিখে পুৱা প্ৰায় ০১:৩০ বজাত কোকৰাডাঙা ঘাট এলেকাত গৰু সৰবৰাহ সন্দৰ্ভত পোৱা গোপন সূত্ৰৰ ভিত্তিত আই চি খাৰুৱাবন্দা অ’ পিয়ে তেওঁৰ দলৰ সৈতে স্থানলৈ আগবাঢ়ি যায়। পিছত…

জামুগুৰিহাটৰ তৌভঙাত বিশ্বপৰিবেশ দিৱস উদযাপন

জামুগুৰিহাটৰ তৌভঙা সামুহিক ভৱনত আজি পূৱ জীয়া ভৰলী আঞ্চলিক টাকাম মিচিং পৰিন কেবাং( TMPK ) ৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়৷এই উপলক্ষে পুৱাই একোটাকৈ গছ পুলি ৰোপন কৰাৰ…

চতিয়া ইটাখোলাৰ লিচুৱে দখল কৰিছে আন্তৰ্জাতিক বজাৰ

চতিয়া ইটাখোলাৰ বিভিন্ন প্ৰান্তত উৎপাদিত বিভিন্ন প্ৰজাতিৰ লিচুৱে এতিয়া দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ ৷ লিচু ব্যৱসায় কৰি এতিয়া স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ইটাখোলাৰ নুৰ জালাল…

error: Content is protected !!