Author: admin

বালিপৰাৰ চিলনীত‌ গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত চলন্ত ট্ৰফি আৰু প্ৰাইজমানী ফুটবল ফাইনেল খেল অনুষ্ঠিত

বালিপৰাৰ চিলনীত‌ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা‌ ৰ চিলনী শাখা সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক পুষ্প ৰাই আৰু লোকমায়া গৌতম সোঁৱৰণী চলন্ত ট্ৰফি ও প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হয়৷…

দৈনিক ৰাশিফল, ৯ ছেপ্তেম্বৰ ২০২৪

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞২৩ ভাদ, সোমবাৰ, ইং ৯ চেপ্তেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৫/৯/২০সূৰ্য্যাস্ত ঘ :- ৫/৩২/১৩ৰাশি : – তুলা ৰাশি। ঘ: – ৮/২২/২৪ যোৱাত বৃশ্চিক ৰাশি।তিথি :- শুক্লা ষষ্ঠী তিথি…

সামৰণি পৰিল ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২৪

দেশী বিদেশী নাট্যদলৰ অংশগ্ৰহণৰে সামৰণি পৰিল ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৪ৰ৷নাট্যৰসিক দৰ্শক,শিক্ষাৰ্থী,সাংস্কৃতিক কৰ্মী তথা শিল্পী- কলাকুশলী আৰু নাট্যকৰ্মী আদিৰ উপস্থিতিত সাংস্কৃতিক সমন্বয়ৰ সাঁকো সুদৃঢ় কৰি অসমৰ গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ…

বালিপৰাৰ ১৯ মাইল ৰেলগেটৰ চিলনীত ত্ৰয়োদশ বাৰ্ষিক গনেশ চতুৰ্থী উদযাপন

শোনিতপুৰৰ বালিপৰাৰ ১৯ মাইল ৰেলগেটৰ চিলনী যুৱক সংঘৰ সৌজন্যত ত্ৰয়োদশ বাৰ্ষিক গনেশ চতুৰ্থী উদযাপন কৰা হয় । প্ৰত্যেক বছৰৰ ধৰে এই বছৰো অতি উলহ মালহৰে ১৯ মাইল ৰেলগেটৰ চিলনী যুৱক…

আম আদমী পাৰ্টিৰ উদ্যোগত সুধাকণ্ঠৰ ৯৮ সংখ্যক জন্মজয়ন্তী

গণেশগুৰিস্থিত ‘আপ’ৰ কাৰ্যালয়ত “মোৰ গীতৰ হেজাৰ শ্ৰোতা” শীৰ্ষক অনুষ্ঠান সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন উপলক্ষে গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত কাইলৈ অৰ্থাৎ ৮ ছেপ্তেম্বৰ দেওবাৰে অনুষ্ঠিত হ’ব…

জামুগুৰি হাটৰ শিল্পী ৰিতুস্মিন ভূঞাৰ সুন্দৰ পদক্ষেপ

ৰিতুস্মিনৰ কণ্ঠত” দয়াময়” (৩ )শুভ উন্মোচন। জামুগুৰিহাটৰ যুৱ শিল্পী ৰিতুস্মিন ভূঞাৰ কণ্ঠত দয়াময় (vol-3) শীৰ্ষক টোকাৰী গীতৰ আজি শুভ উন্মোচন কৰা হয়। জামুগুৰি পৰিদৰ্শন বঙলাত সন্ধিয়া জামুগুৰিহাটৰ অন্যতম শিক্ষানুষ্ঠান জামুগুৰি…

খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কামাখ্যা ভট্টাচাৰ্যলৈ জিলা কৃতি শিক্ষকৰ বঁ‌টা

৫ চেপ্তেম্বৰ শিক্ষক দিৱসত শিৱসাগৰ জিলা প্ৰশাসনে জিলা কৃতি শিক্ষকৰ সন্মানেৰে সন্মানিত কৰিলে শিৱসাগৰৰ আমগুৰিৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কামাখ্যা ভট্টাচাৰ্যক। শিক্ষক গৰাকীয়ে লাভ কৰা এই সন্মানে বিদ্যালয় তথা…

জামুগুৰিহাটৰ ভবিন্দ্ৰ ভূঞালৈ কৃতি শিক্ষকৰ বঁটা

জামুগুৰিহাটৰ নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভবিন্দ্ৰ ভূঞালৈ আগবঢ়োৱা হৈছে কৃৰ্তি শিক্ষকৰ বঁটা।শোণিতপুৰ জিলা প্ৰশাসনৰ উদোগত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত হোৱা ৬৩সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচীত…

জামুগুৰিহাটত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

জামুগুৰিহাটৰ ন-দুৱাৰ জাতীয় বিদ্যালয়ত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত তথা জামুগুৰি আঞ্চলিক উন্নতি সভা আৰু অসম সেনাৰ সহযোগত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি গুৰুসেৱা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।…

সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ মহাৰজত জয়ন্তী

পুৰুধা ব্যক্তিক স্মৰণ ৷ অসমৰ প্ৰতিখন বিদ্যালয়তে ফটো সম্বলিত বেনাৰৰ শুভ উদ্ধোধন ৷ ১৯৪৫ চনতে স্থাপন হোৱা সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাই মহাৰজত জয়ন্তী উদযাপনৰ বাবে আগবাঢ়িছে ৷ লক্ষীনাথ…

error: Content is protected !!