জাফা’ৰ ২০২৫ বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা শিতানৰ বঁটা প্ৰাপকৰ নাম ঘোষণা
ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোচিয়েচন ফৰ আসাম চমুকৈ জাফা’ই Jafa Achievers Award 2025 বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা ( Rural Journalism) শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰে।জাফা’ৰ…
