নাজিৰা সমজিলাত অসামৰিক প্ৰতিৰক্ষাৰ প্ৰশিক্ষণ শিৱিৰ মুকলি
দেশ আৰু জনগণৰ জীৱন-সম্পত্তি নিৰাপত্তা, জৰুৰীকালিন দূৰ্যোগ আৰু প্ৰাকৃতিক দূৰ্যোগৰ সময়ত স্বতন্ত্ৰ ভাৱে সেৱা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰি যুৱ প্ৰজন্মক সুপৰিকল্পিত ভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি নাজিৰাত মুকলি…
