মুকালমুৱাৰ সোনাপুৱাত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি
নলবাৰী জিলাৰ মুকালমুৱাৰ সোনাপুৱা যুৱক সংঘৰ উদ্যোগত অহা ২৪,২৫ আৰু ২৮ ডিচেম্বৰত দ্বিতীয় বার্ষিক দিবা-নৈশ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুুতি প্ৰায় তুংগত হৈ উঠিছে।১৫০০/-টকা ভৰ্তি মাচুল হিচাপে ধাৰ্য্য কৰা প্ৰতিযোগিতা মূলক দিবা…
দেওপানী পুৰণি হাটখোলা প্ৰাথমিক বিদ্যালয়ত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী উদযাপন
নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ন-পাম বাৰুৱতী মণ্ডল সমল কেন্দ্ৰৰ দেওপানী পুৰণি হাটখোলা প্ৰাথমিক বিদ্যালয়, ৫৭০ নং বৰহোলা প্ৰাথমিক বিদ্যালয় আৰু আঠখেল চাহ বাগিচা ২ নং প্ৰাথমিক বিদ্যালয়ৰ মাজত এক বন্ধু বিদ্যালয়ৰ…
“জাফা এচিভাৰ্চ এৱাৰ্ড-২০২৪” শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান সফলতাৰে সম্পন্ন
আজি গুৱাহাটীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হয় জাৰ্নেলিষ্ট এচ’শ্বিয়েশ্বন আসাম ফৰ আসাম চমুকৈ জাফাৰ বাৰ্ষিক বটা “জাফা এচিভাৰ্চ এৱাৰ্ড” প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকী হৈছে…
ৰাতিপুৱা ৮ বজাত বিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় মৰিগাঁও জিলাৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সমাৰোহৰ
*নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি বিদ্যালয়খনৰ পতাকা উত্তোলন কৰে পৰিচালনা কমিটিৰ সভাপতি অনোৱাৰ হুছেইনে। *ইয়াৰ পিছতে ৮:৩০ বজাত ৭৭ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৭৭খন পতাকা উত্তোলন কৰা হয়। *৭৭ খন পতাকা উত্তোলন…
দৈনিক ৰাশিফল, ২১ ডিচেম্বৰ ২০২৪
🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৫ পুহ , শনিবাৰ, ইং ২১ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/৯/২৪সূৰ্য্যাস্ত ঘ :- ৪/২৯/৪৬ৰাশি : – সিংহ ৰাশি।তিথি :- কৃষ্ণা ষষ্ঠী তিথি।দি:ঘ:- ১/৫৭/৩৯ যোৱাত কৃষ্ণা সপ্তমী তিথি…
দৈনিক ৰাশিফল, ২০ ডিচেম্বৰ ২০২৪
🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৪ পুহ , শুক্ৰবাৰ, ইং ২০ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/৯/৬সূৰ্য্যাস্ত ঘ :- ৪/৩০/২ৰাশি : – সিংহ ৰাশি।তিথি :- কৃষ্ণা পঞ্চমী তিথি।দি:ঘ:- ১২/৪৯/৯ যোৱাত কৃষ্ণা ষষ্ঠী তিথি…
কামৰূপ জিলাৰ পৰিবহন বিষয়াৰ কেইবাটাও নতুন পদক্ষেপ
ইতিমধ্যে কামৰূপ জিলাৰ পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে পথ সুৰক্ষাৰ বাবে মানক সঞ্চালন প্ৰক্ৰিয়া (এছ.ও.পি.) কেইটামানো গ্ৰহণ কৰিছে। পৰিবহণ বিষয়া চৌধুৰীয়ে বিশেষকৈ নিশা আৰু ৰাতিপুৱা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অধিক…
Horoscope : দৈনিক ৰাশিফল, ১৯ ডিচেম্বৰ ২০২৪
🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৩ পুহ , বৃহস্পতি বাৰ, ইং ১৯ ডিচেম্বৰ ২০২৪সূৰ্য্যোদয় ঘ :- ৬/৮/৪৮সূৰ্য্যাস্ত ঘ :- ৪/৩০/১৬ৰাশি : – কৰ্কট ৰাশি । শে:ৰা:ঘ:- ৪/৩০/১৫ যোৱাত সিংহ ৰাশি।তিথি :- কৃষ্ণা…
শিৱসাগৰত সদৌ অসম কবি সন্মিলনৰ অধিবেশনৰ লাইখুঁটা স্থাপন
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চৌহদত ২৭,২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে তিনিদিনীয়াকৈ সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন অনুষ্ঠিত হ’ব। শিৱসাগৰৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অধিবেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্য্যসূচী সম্পন্ন…
দেশৰ গৃহমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল
⭕শিৱসাগৰত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক পৰশজ্যোতি দাসে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰে এজাহাৰ। সদনৰ মজিয়াত ভাৰতৰ সংবিধান প্ৰণেতা ড° বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ…
