আজি বিশ্ব ধঁপাত বিৰোধী দিৱস
১৯৮৮ চনৰে পৰা বিশ্ব স্বাস্থ্য সংস্থাই প্ৰত্যেক বছৰৰ ৩১ মে’ৰ দিনটো ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে যদিও তাৰ পৰা কিবা লাভ হৈছে যেন ধাৰণা হোৱা নাই৷ আজি বিশ্বত…
বিজনীত বিদ্যুতৰ যোগান নিয়মীয়া কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত আছুৰ প্ৰতিবাদ সাব্যস্ত
বিদ্যুতৰ যোগান নিয়মীয়া কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত চিৰাং জিলাৰ বিজনীৰ বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কৰি শক্তি বিভাগৰ…
জম্মুত বাছ দুৰ্ঘটনাত ২১ জনৰ মৃত্যু, ২০ জন আহত
জম্মুৰ আখনূৰ ছেক্টৰত ভয়াৱহ বাছ দুৰ্ঘটনা। এই ঘটনাৰ বাবে মুঠ ২১ জন লোকৰ মৃত্যু হয়। আহত ২০জন লোক। বাছখনত ৫০ জন লোক আছিল। উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাৰ পৰা আহি…
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মৃণালিনী দেৱী শিশু নিকেতনত চুৰিকাণ্ড
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মৃণালিনী দেৱী শিশু নিকেতনত কালি সংঘটিত হ’ল এক চুৰিকাণ্ড । চোৰে লৈ গ’ল শিক্ষানুষ্ঠান খনৰ মূল্যৱান পানীৰ মটৰ । লণ্ডভণ্ড কৰিলে পানীৰ পাইপ । যোৱা…
