চামগুৰিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস পালন
কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ অংশগ্ৰহণ। সৃষ্টিৰ মাজেৰে বিপ্লৱৰ আলোড়ন তোলা অসমৰ অন্যতম সাংস্কৃতিক কাণ্ডাৰী, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ আজি মহাপ্ৰয়ান তিথিত নগাঁওৰ চামগুৰি উচ্চত্বৰ মাধ্যমিক…
