বালিপৰাৰ চাৰিদুৱাৰত বাবু ডম্বৰ সিং গুৰুঙৰ ১২৫ তম জন্মজয়ন্তীৰ সফল সামৰণি
সদৌ অসম গুৰুং (তমু) সংঘৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত জিলা সমিতিৰ আতিথ্যত তথা অসমৰ গোৰ্খা জনগোষ্ঠীয় ভাতৃ সংগঠনৰ সহযোগত স্বাধীনতা সংগ্ৰামী,ভাৰতীয় গোৰ্খা লীগৰ প্ৰতিষ্ঠাপক সভাপতি,ভাৰতীয় সংবিধান খচৰা প্ৰস্তুত (ড° বি.আৰ.আম্বেদকাৰ )সমিতিৰ…
