Tag: Dailyassamesenews

বিশ্বৰ দ্বিতীয় বৃহত্তম হীৰা আৱিষ্কাৰ

কানাডাৰ বটছৱানাত ২৪৯২ কেৰেটৰ এটুকুৰা বিশাল হীৰা আৱিষ্কাৰ হয়। জনা যায় যে এইটুকুৰা বিশ্বৰ দ্বিতীয় বৃহত্তম হীৰা। কানাডাৰ খনন কোম্পানী লুকাৰা ডাইমণ্ড কৰ্পৰেশ্যনে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে। জনা যায়…

সাংবাদিক শ্বাহ আলমক মুখ্য মন্ত্ৰীয়ে কৰা ব্যৱহাৰ গ্ৰহণযোগ্য নহয় : জাফা

সাংবাদিকৰ কামেই হৈছে বিভিন্ন ঘটনা -পৰিঘটনাৰ সত্য তথ্য উদ্ঘাটন কৰা। সেই উদ্দেশ্যেসাংবাদিক শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিল । শ্বাহ আলমে এখন পাহাৰ কটা লৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত…

বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ আদ্যশ্ৰাদ্ধত ‘সৌহাৰ্দ্য’ৰ স্মৃতিচাৰণ সভা

গুৱাহাটী, ২১ আগষ্টঃ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ বাসগৃহত আজি ৰাজ্যখনৰ অন্যতম সাহিত্য-সংস্কৃতি অনুষ্ঠান ‘সৌহাৰ্দ্য’ৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সাহিত্য তথা সংবাদ ক্ষেত্ৰৰ লগত জড়িত…

উত্তৰাখণ্ডত নাৰ্ছক ধৰ্ষণ আৰু হত্যাৰ অভিযোগ, ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত

উত্তৰাখণ্ডত নাৰ্ছক ধৰ্ষণৰ পিছত হত্যাৰ অভিযোগ। গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। মৃত মহিলাগৰাকীৰ বয়স ৩৩ বছৰ। মহিলাগৰাকীয়ে উত্তৰাখণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাম কৰিছিল। কামৰ অন্তত ঘৰলৈ উভতি আহোতেই তেওঁক ধৰ্ষণ…

৪৭০ কোটি মূল্যত ভাৰতে পদক লাভ কৰিলে ৬টা, এটা পদকৰ মূল্য ৭৮.৩৩ কোটি টকা

পেৰিছ অলিম্পিকলৈ যোৱা ভাৰতৰ ১১৭ গৰাকী খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে মুঠ ৪৭০ কোটি টকা ব্যয় কৰা হৈছিল। যাৰ ফলস্বৰূপে দেশে ৬টা পদক লাভ কৰিবলৈ সক্ষম হ’ল। অৰ্থাৎ ভাৰতে এটা পদকৰ বাবে…

বাংলাদেশৰ অশান্তিৰ কাৰণ আমেৰিকাৰ ষড়যন্ত্ৰ, ‘মই দেশলৈ উভতি যাম’ বুলি কৈ মৌনতা ভংগ কৰে শ্বেখ হাছিনাই

বাংলাদেশৰ ৰাজনৈতিক সংকটৰ বাবে দায়ী আমেৰিকা। তেওঁলোকৰ ষড়যন্ত্ৰতে আৱামি লীগক উৎখাত কৰা হৈছে। দেশত চলি থকা কন্দল বন্ধ কৰিবলৈকে তেওঁ পদত্যাগ কৰে। ভাৰতত উপস্থিত হোৱাৰ ৬ দিনৰ পাছত বাংলাদেশৰ প্ৰাক্তন…

উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী বটাঁ প্ৰাপক প্ৰয়াত চম্পক বড়াৰ জন্মদিন পালন

উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী বটাঁ প্ৰাপক তথা NASA ৰ যুৱ উদ্ভাৱনী বিজ্ঞানী হিচাপে স্বীকৃতি প্ৰাপ্ত প্ৰয়াত চম্পক বড়াৰ জন্মদিন পালন কৰা হয়।উত্তৰ গুৱাহাটী মাজগাঁৱৰ নিজ বাসগৃহত শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে…

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বি এ আই চি প্ৰদৰ্শনী উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

বি এ আই চি প্ৰদৰ্শনীত ভাৰতৰ ভৱন, স্থাপত্য, আভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ শীৰ্ষ পেছাদাৰীসকলৰ সন্মিলন আজি ৯ আগষ্ট, শুকুৰবাৰে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰমিক কল্যাণ বিভাগৰ ৰাজ্যিক…

ভাৰতত আশ্ৰয় ল’লেহি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই

কোটা বিৰোধী আন্দোলনৰ বাবে বাংলাদেশত তীব্ৰ জুই জ্বলি উঠিছে। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে শ্বেখ হাছিনাই। সোমবাৰে বিয়লি বিশেষ হেলিকপ্টাৰেৰে গণভবনৰ পৰা আগৰতলালৈ আহিছিল শ্বেখ হাছিনা। ভাৰতীয় সেনাৰ কটকটীয়া নিৰাপত্তাৰ…

চামগুৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বধৰ্না

নগাঁও জিলাৰ চামগুৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় ৷ নৱ গঠিত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চামগুৰি পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ…

error: Content is protected !!