জামুগুৰিহাটৰ ৰঙাচকুৱাত দেউচী ভইলী আৰু সংগিনী নৃত্য প্ৰতিযোগিতাৰ আয়োজন
জামুগুৰিহাটৰ ৰঙাচকুৱাত অসমী মহিলা মঞ্চৰ উদ্যোগত ৰঙাচকুৱা আঞ্চলিক সমিতিৰ সহযোগত দ্বিত্বীয় বাৰ্ষিক দেউচি ভইলী আৰু সংগিনী নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। এই উপলক্ষে ৰঙাচকুৱা আঞ্চলিক সমিতিৰ সভানেত্ৰী দীপালী প্ৰধানৰ সভাপতিত্বত…
