আতিশী মাৰ্লেনা দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত হোৱাত আপ অসমৰ মুখ্য সমন্বয়ক ৰমেন বৰঠাকুৰৰ শুভেচ্ছা জ্ঞাপন
আপ, অসমৰ মূখ্য সমন্বয়ক তথা জেষ্ঠ নেতা ৰমেন চন্দ্ৰ বৰঠাকুৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আতিশী মাৰ্লেনা মনোনীত হোৱাত তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আপ, অসমৰ মুখ্য সমন্বয়ক বৰঠাকুৰে আজি সংবাদ মাধ্যমক…
